ETV Bharat / bharat

Daily Horoscope for 28th June: আজি দিনটোৰ ৰাশিফল

author img

By

Published : Jun 28, 2022, 5:31 AM IST

কেনে যাব আপোনাৰ আজি দিনটো (Know Your day with ETV Bharat Astrology) ? চাওক দিনটোৰ ৰাশিফল…

daily-horoscope-for-28th-june
আজি দিনটোৰ ৰাশিফল

মেষ ৰাশি: স্বাস্থ্য ভালে ৰখাত মনোযোগ দিব ৷ নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে ৷ প্ৰেমত শুভ ৷ এলেহুৱা হৈ পৰিব পাৰে ৷ দিনটো সক্ৰিয় অনুভৱ হʼব ৷ প্ৰশংসা লাভ ৷ দিনটো প্ৰায় ভাল হʼব ৷

বৃষ ৰাশি: সফল লাভ কৰিব ৷ লক্ষ্যত উপনীত হ’বলৈ পৰিশ্ৰম কৰক ৷ দিনটো আনন্দৰে পাৰ কৰিব ৷ বন্ধুৰ লগত লগত সম্পৰ্ক ভাল হ’ব ৷ পৰিয়ালৰ লগত ভ্ৰমণলৈ যাব পাৰে ৷ দিনটো প্ৰায় ভাল হʼব ৷

মিথুন ৰাশি: দিনটো প্ৰায় ভাল আৰু সফল হʼব ৷ ভাগ্য ভাল ৷ লক্ষ্যত সফল হʼব ৷ কৰ্ম জীৱনত পদোন্নতি হʼব ৷ ব্যৱসায়ত ব্যস্ততা বৃদ্ধি ৷ কর্ম ব্যস্ততাই ব্যক্তিগত জীৱনক প্ৰভাৱান্বিত কৰিব ৷

কৰ্কট ৰাশি: পৰিয়ালৰ মাজত তৰ্ক-বিতৰ্ক হʼব পাৰে ৷ সন্তানৰ অসফলতাৰ বাবে নিৰুৎসাহী হৈ পৰিব পাৰে ৷ আনক নিন্দা আৰু নিৰুৎসাহী, পৰচৰ্চা কৰাৰ পৰা আঁতৰি থাকিব ৷ দিনটো প্ৰায় ভাল হʼব ৷

সিংহ ৰাশি: নিজৰ ওপৰত বিশ্বাস ৰাখিলে লক্ষ্যত সফল হ’ব ৷ নিৰুৎসাহী হৈ নপৰিব ৷ গৌৰৱ অৰ্জন কৰিব ৷ কর্মজীৱনত ভাল ফল লাভ কৰিব ৷

কন্যা ৰাশি: প্ৰতিভা বিকাশৰ সুযোগ পাব ৷ কলাৰ প্ৰতি প্ৰেম হʼব ৷ ভাগ্য প্ৰায় ভাল হʼব ৷ সফল হʼব ৷

তুলা ৰাশি: চৰকাৰী কাম-কাজত সফল হʼব ৷ নথিপত্ৰ সুস্থিৰে পঢ়ি চহী কৰিব ৷ কর্ম ব্যস্ততা বৃদ্ধি আৰু কঠোৰ পৰিশ্ৰম কৰিব লাগিব ৷ সফল হʼব ৷

বৃশ্চিক ৰাশি: শুভ দিন ৷ সফল হʼব ৷ কৰ্ম-ব্যৱসায়ত লক্ষ্যত সফল হʼব ৷ বিচাৰধাৰা উন্নত হ’ব ৷ লাভ হʼব ৷ বিঘিনিবোৰ আঁতৰ হʼব ৷ কঠোৰ পৰিশ্ৰম কৰিলে ফল লাভ হʼব ৷

ধনু ৰাশি: প্ৰেমত শুভ ৷ পৰিয়ালৰ লগত সম্পর্ক ভাল হʼব ৷ বিয়াৰ বাবে উপযুক্ত সময় ৷ সফল হʼব ৷ বিবাহিত জীৱন আনন্দৰ হʼব ৷ ভাগ্য ভাল ৷ সতৰ্কতা অৱলম্বন কৰিব ৷

মকৰ ৰাশি: নতুন দায়িত্ব লাভ কৰিব ৷ অধ্যয়নৰ প্ৰতি আগ্ৰহ জন্মিব ৷ কর্মত ব্যস্ত হৈ পৰিব ৷ ভাগৰুৱা অনুভৱ কৰিব ৷ নিৰুৎসাহী হৈ পৰিব পাৰে ৷ প্ৰতিযোগিতাৰ পৰা আঁতৰত থাকিব ৷

কুম্ভ ৰাশি: পৰিয়ালৰ লগত সম্পৰ্ক ভাল হ’ব ৷ প্ৰেমত শুভ ৷ শুভ দিন ৷ লক্ষ্যত সফল হʼব ৷ কর্ম ব্যস্ততাই ব্যক্তিগত জীৱনক প্ৰভাৱান্বিত কৰিব ৷

মীন ৰাশি: খং-ৰাগে কৰ্ম জীৱনত প্ৰভাৱ পেলাব ৷ আনক নিন্দা আৰু নিৰুৎসাহিত, পৰচৰ্চা কৰাৰ পৰা আঁতৰি থকা উচিত ৷ পৰৰ বিচাৰ নকৰিব ৷ কর্মত শান্ত হৈ থাকিব ৷ কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব, লক্ষ্যত সফল হʼব ৷ কঠোৰ পৰিশ্ৰম কৰিলে সফল হʼব ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.