ETV Bharat / bharat

Daily Horoscope for 1st July: আজি দিনটোৰ ৰাশিফল

author img

By

Published : Jul 1, 2022, 5:02 AM IST

কেনে যাব আপোনাৰ আজি দিনটো (Know Your day with ETV Bharat Astrology) ? চাওক দিনটোৰ ৰাশিফল…

daily-horoscope-for-1st-july
আজি দিনটোৰ ৰাশিফল

মেষ ৰাশি: মাতৃৰ স্বাস্থ্যক লৈ চিন্তা হ’ব ৷ ধ্যান আৰু যোগ কৰি মনক শান্ত কৰক ৷ ঘৰ আৰু সম্পত্তি বিষয়ক আইনী কাম-কাজৰ পৰা আঁতৰত থাকিব ৷ অচিনাকি মহিলা আৰু পানীৰ পৰা আঁতৰত থাকিব ৷ ছাত্ৰ-ছাত্ৰীসকলে অধ্যয়নত ভাল ফল দেখুৱাব ৷

বৃষ ৰাশি: মনটো খঙাল হৈ থাকিব ৷ অনাৱশ্যকীয় চিন্তাৰ পৰা আঁতৰি থাকি ফূৰ্তিত থাকিবলৈ যত্ন কৰক ৷ বন্ধু আৰু পৰিয়ালৰ লগত সম্পৰ্ক ভাল হ’ব ৷ ধন আগমন হ’ব পাৰে ৷ শুভ দিন ৷

মিথুন ৰাশি: বন্ধু আৰু পৰিয়ালৰ লগত ফুৰিবলৈ যাব পাৰে ৷ খৰচ বৃদ্ধি ৷ শুভ দিন ৷ বন্ধু আৰু পৰিয়ালৰ লগত সম্পৰ্ক ভাল হ’ব ৷

কৰ্কট ৰাশি: প্ৰেমত শুভ ৷ বন্ধুৰ লগত সম্পৰ্ক ভাল হ’ব ৷ বিবাহিতসকলৰ বৈবাহিক জীৱন সুখৰ হ’ব ৷ ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ৷

সিংহ ৰাশি: শান্ত হৈ থাকিব ৷ কোনো সিদ্ধান্ত গ্ৰহণ কৰাৰ আগতে ভাবি চাব ৷ আইনী কাম-কাজৰ পৰা আঁতৰত থাকিব ৷ বিদেশৰ পৰা কোনো ভাল খবৰ আহিব পাৰে ৷

কন্যা ৰাশি: লক্ষ্মী দেৱীৰ কৃপা দৃষ্টি লাভ কৰিব ৷ ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ৷ বিবাহৰ বাবে উপযুক্ত দিন ৷ লাভ বৃদ্ধি ৷ শুভ দিন ৷

তুলা ৰাশি: ঘৰুৱা পৰিৱেশ আনন্দৰ, সুন্দৰ আৰু আশাজনক হ’ব ৷ পদোন্নতি হ’ব ৷ বৈবাহিক জীৱনত নতুন পৰিকল্পনা কৰিব পাৰে ৷ সম্পত্তি কিনা বেচাৰ পৰিকল্পনা কৰিব পাৰে ৷

বৃশ্চিক ৰাশি: দিনটো খেলিমেলিৰে পাৰ হ’ব ৷ কৰ্ম ক্ষেত্ৰত শুভ ৷ শান্তভাৱে সকলো পৰিস্থিতিৰ সন্মুখীন হওক ৷ পত্নী বা সন্তানৰ লগত তৰ্ক নকৰিব ৷ খৰচ বৃদ্ধি ৷

ধনু ৰাশি: শৰীৰৰ যত্ন লওক বা নলওক বাহিৰৰ খাদ্য গ্ৰহণৰ পৰা আঁতৰি থাকক, নহ’লে বেমাৰত পৰিব ৷ কৰ্মব্যস্ততাৰ ফলত মানসিক চাপ বৃদ্ধি ৷ নতুন কাম হাতত নল’ব ৷

মকৰ ৰাশি: সৌভাগ্যৱান হ’ব ৷ ব্যবসায়ত উন্নতি হ’ব ৷ প্ৰেমত শুভ ৷ প্ৰিয়জনক লগ পাব পাৰে ৷ বিবাহৰ বাবে উপযুক্ত দিন ৷

কুম্ভ ৰাশি: ঘৰত শান্তিৰ পৰিৱেশে বিৰাজ কৰিব ৷ মানসিক আৰু শাৰীৰিক স্বাস্থ্য ভালে থাকিব ৷ দিনটো আনন্দৰে পাৰ কৰিব ৷

মীন ৰাশি: শিক্ষাৰ্থীসকলৰ বাবে উপযুক্ত দিন ৷ ভৱিষ্যত পৰিকল্পনা কৰিব পাৰে ৷ সাৱধান হ’ব ৷ মানসিকভাৱে কোনো কথাত ভাগি পৰিব ৷ বিবাহিতসকলৰ বৈবাহিক জীৱন সুখৰ হ’ব ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.