ETV Bharat / bharat

Daily Horoscope for 19th June: আজি দিনটোৰ ৰাশিফল

author img

By

Published : Jun 19, 2022, 5:11 AM IST

কেনে যাব আপোনাৰ আজি দিনটো (Know Your day with ETV Bharat Astrology) ? চাওক দিনটোৰ ৰাশিফল…

daily-horoscope-for-19th-june
Daily Horoscope for 19th June: আজি দিনটোৰ ৰাশিফল

মেষ ৰাশি: চিন্তাধাৰাবোৰ ভাল হʼব ৷ কৰ্ম জীৱনত পদোন্নতি হʼব পাৰে ৷ প্ৰশংসা লাভ ৷ দিনটো প্ৰায় ভাল ৷ ঈশ্বৰৰ কৃপা দৃষ্টি লাভ কৰিব ৷

বৃষ ৰাশি: চাকৰিয়ালসকলৰ কাৰণে শুভ ৷ নতুন কামত সফল হ’ব ৷ কৰ্ম জীৱনত পদোন্নতি হʼব পাৰে ৷ কোনো অসমাপ্ত কাম সন্তোষজনকভাৱে সমাপ্ত হ’ব ৷ কৰ্মক্ষেত্ৰত অনুকূল পৰিৱেশে বিৰাজ কৰিব ৷

মিথুন ৰাশি: দিনটো আনন্দময় হʼব ৷ নিজৰ ভালৰ বাবে কোনো পলম নকৰাকৈ নিজেই পদক্ষেপ ল’ব ৷ আনৰ পৰা পৰামৰ্শ নল’ব ৷ কর্মক্ষেত্ৰত শান্ত হৈ থাকিব ৷ সফল হʼব ৷

কৰ্কট ৰাশি: ব্যৱসায়ত মনোযোগ দিব ৷ কৰ্ম-ব্যৱসায়ত সফল লাভ হʼব ৷ ব্যৱসায় কৰিলে লক্ষ্যত সফল হʼব ৷ কৰ্ম ব্যস্ততা বৃদ্ধি ৷ খৰচ বৃদ্ধি ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷ বন্ধু-বৰ্গৰ লগত দিনটো আনন্দৰে কটাব ৷

সিংহ ৰাশি: ব্যৱসায়ত লক্ষ্যত উপনীত হ’ব ৷ সফল হʼব ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷ কৰ্ম জীৱনত পদোন্নতি হʼব পাৰে ৷

কন্যা ৰাশি: দিনটো আনন্দময় হʼব ৷ পৰিয়ালৰ লগত সম্পর্ক ভাল হʼব ৷ বিয়াৰ সংযোগত শুভ ৷ প্ৰেমত শুভ ৷ বিবাহিতসকলৰ বাবে ভাল দিন ৷

তুলা ৰাশি: দিনটো সক্ৰিয় অনুভৱ কৰিব ৷ দিনটো প্ৰায় ভাল হʼব ৷ কঠোৰ পৰিশ্ৰম কৰিলে ফল নাপাব পাৰে ৷

বৃশ্চিক ৰাশি: মানসিক উদ্বেগ আৰু অশান্তিত ভুগিব ৷ শাৰীৰিকভাৱেও সুস্থ নাথাকিব ৷ ধীৰ-স্থিৰ হৈ থাকক ৷ বন্ধু আৰু আত্মীয়-স্বজনৰ পৰা মৰম চেনেহ নাপাব ৷ গুৰুত্বপূৰ্ণ নথিপত্ৰ চহী কৰাৰ পৰা বিৰত থাকক ।

ধনু ৰাশি: দিনটো সক্ৰিয় অনুভৱ হʼব ৷ দিনটো আনন্দৰে কটাব ৷ প্ৰত্যাহ্বানৰ সম্মুখীন হʼব ৷ গ্ৰহ ভাল ৷ ঈশ্বৰৰ কৃপা দৃষ্টি লাভ কৰিব ৷ লক্ষ্যত সফল হʼব ৷

মকৰ ৰাশি: দিনটো খেলিমেলিৰে পাৰ হʼব ৷ নিৰ্ণয় লওঁতে খেলিমেলি হʼব ৷ কর্মত মনোযোগ দিব ৷ নতুন পৰিকল্পনা নকৰিব ৷ হতাশা নহ’ব, পুনৰ চেষ্টা কৰিব ৷ কঠোৰ পৰিশ্ৰম কৰিলে সফল হʼব ৷ ধৈৰ্যশীল হ’লে লাভৱান হ’ব ৷

কুম্ভ ৰাশি: মনটোক জীৱনৰ অনাৱশ্যকীয় চিন্তাধাৰাৰ পৰা আঁতৰাই ৰাখিলে দিনটো ভাল হʼব ৷ কৰ্ম-ব্যৱসায়ত সফল লাভ হʼব ৷ কৰ্ম ব্যস্ততা বৃদ্ধি ৷

মীন ৰাশি: ভাগ্য ভাল ৷ ধন উপাৰ্জন কৰিব ৷ জ্যেষ্ঠজনৰ পৰা পৰামৰ্শ লʼব ৷ প্ৰশংসা লাভ ৷ কৰ্ম জীৱনত ভাল বন্ধু লাভ কৰিব ৷ দিনটো ভাল হ’ব ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.