ETV Bharat / bharat

Daily Horoscope for 15th June: আজি দিনটোৰ ৰাশিফল

author img

By

Published : Jun 15, 2022, 5:10 AM IST

কেনে যাব আপোনাৰ আজি দিনটো (Know Your day with ETV Bharat Astrology) ? চাওক দিনটোৰ ৰাশিফল…

Daily Horoscope for 15th June
Daily Horoscope for 15th June: আজি দিনটোৰ ৰাশিফল

মেষ ৰাশি: এলেহুৱা-নিৰুৎসাহী হৈ পৰিব পাৰে, কর্মক্ষেত্ৰত প্ৰভাৱ পৰিব ৷ কাৰ্মত মনোযোগ দিবলগীয়া হʼব ৷ খং-ৰাগে সম্পর্কত প্ৰভাৱ পেলাব পাৰে ৷ কর্মক্ষেত্ৰত শান্ত হৈ থাকিব ৷

বৃষ ৰাশি: ধ্যান কৰক আৰু মনক স্থিৰ কৰক ৷ ভাগৰি পৰিব পাৰে ৷ কৰ্ম ব্যস্ততা বৃদ্ধি ৷ পৰিশ্ৰম কৰিব, কিন্তু ফল পাওঁতে দেৰি হ’ব ৷ ভ্ৰমণৰ পৰা আঁতৰত থকাটো ভাল ৷ এলাহ ভাৱে বেৰি ধৰিব ৷ শান্ত হৈ থাকিব ৷ খোৱা বোৱাত চকু ৰাখিব ৷ নতুন কাম একো আৰম্ভ নকৰিব ৷

মিথুন ৰাশি: গণেশৰ কৃপা দৃষ্টি লাভ কৰিব ৷ দিনটে আনন্দৰে পাৰ হ’ব ৷ পৰিয়ালৰ লগত সম্পৰ্ক ভাল হ’ব ৷ প্ৰেমত শুভ ৷ ভ্ৰমণত শুভ ৷

কৰ্কট ৰাশি: আপোনাৰ কোনো কথাই আনক মানসিক আঘাত দিব পাৰে ৷ প্ৰেমত শুভ ৷ বিয়াৰ সংযোগত সফল হʼব ৷ দিনটো প্ৰায় ভাল হʼব ৷ পৰিয়ালৰ মাজত তৰ্ক-বিতৰ্ক হʼব পাৰে ৷ খৰচ বৃদ্ধি ৷ টকা-পইচা অনিশ্চিত হʼব পাৰে ৷ সক্ৰিয় অনুভৱ হʼব ৷ প্ৰেমত শুভ ৷ সফলতা লাভ হʼব ৷

সিংহ ৰাশি: স্বাস্থ্য ভালে যাব ৷ দিনটো আনন্দৰে পাৰ হʼব ৷ বন্ধু-বৰ্গৰ লগত সম্পর্ক ভাল হʼব ৷ সন্তানৰ সাফল্যই সুখ দিব ৷ লক্ষ্যত সফল হʼব ৷

কন্যা ৰাশি: অধ্যয়ন কৰিবলৈ ইচ্ছা হʼব পাৰে ৷ দিনটো ভাল ৷ সফলতা লাভ কৰিব ৷ সক্ৰিয় অনুভৱ হʼব ৷ পৰিশ্ৰম কৰিলে লক্ষ্যত সফল হʼব ৷ গ্ৰহ ভাল ৷ প্ৰত্যাহ্বানৰ সম্মুখীন হ’লে সফল হʼব ৷

তুলা ৰাশি: সন্তানৰ স্বাস্থ্য ভালে ৰখাত মনোযোগ দিব ৷ বন্ধুৰ লগত দিনটো ভালে যাব ৷ বিয়াৰ সংযোগত সফল হʼব ৷ দিনটো প্ৰায় ভাল হʼব ৷

বৃশ্চিক ৰাশি: পৰিয়ালৰ লগত কোনো বিষয়ত ভুল বুজাবুজি হ’ব পাৰে ৷ খচৰ বৃদ্ধি ৷ শিক্ষাৰ্থীসকলে কষ্ট কৰিহে ফল লাভ কৰিব ৷ নতুন কাম একো আৰম্ভ নকৰিব ৷

ধনু ৰাশি: নিজৰ ওপৰত থকা বিশ্বাস ৰাখিলে লক্ষ্যত সফল হ’ব ৷ সহজতে নিৰুৎসাহী হৈ নপৰিব ৷ গৌৰৱ অৰ্জন কৰিব ৷

মকৰ ৰাশি: ব্যৱসায়ত লক্ষ্যত সফল হʼব ৷ সফল হʼব ৷ কর্ম ব্যস্ততাই ব্যক্তিগত জীৱনক প্ৰভাৱান্বিত কৰিব ৷ কৰ্ম জীৱনত ভাল বন্ধু লাভ কৰিব ৷

কুম্ভ ৰাশি: কঠোৰ পৰিশ্ৰম কৰিলে সফল হʼব ৷ ধৈৰ্যশীল হ’লে লাভৱান হ’ব ৷ কর্মক্ষেত্ৰত শান্ত হৈ থাকিব ৷ বিচাৰ কৰাত আৰু নিৰ্ণয় লোৱাত সফল হʼব ৷ সমস্যাৰ সম্মুখীন হোৱাৰ পৰা ৰক্ষা পৰিব ৷

মীন ৰাশি: অধ্যয়ন কৰিবলৈ আগ্ৰহ জন্মিব ৷ হতাশা নহ’ব ৷ কঠোৰ পৰিশ্ৰমৰ মাজত দিনটো আনন্দৰে পাৰ হ’ব ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.