মেষ ৰাশি: সতৰ্কতা অৱলম্বন কৰিব ৷ কথা কওঁতে সাৱধান হ’ব ৷ প্ৰেমত শুভ ৷ কৰ্মজীৱনত ভাল বন্ধু লাভ কৰিব ৷ লক্ষ্যত সফল হʼব ৷
বৃষ ৰাশি: গাড়ী চলাওঁতে সাৱধানে চলাব ৷ দিনটো আনন্দৰে যাব ৷ পৰিয়ালৰ লগত সম্পৰ্ক ভাল হ’ব ৷ নিজৰ ভালৰ বাবে কোনো পলম নকৰাকৈ নিজেই পদক্ষেপ লোৱা উচিত ৷ আনৰ পৰা পৰামৰ্শ নল’ব ৷ কর্মক্ষেত্ৰত শান্ত হৈ থাকিব ৷ খং-ৰাগৰ পৰা আঁতৰি থকাসকল সফল হʼব ৷
মিথুন ৰাশি: নতুন দায়িত্ব বহন কৰিব ৷ অধ্যয়ন আৰু কর্মত ব্যস্ত হৈ পৰিব ৷ কাৰ্যক্ষেত্ৰত ভাগৰি পৰিব ৷ নিৰুৎসাহী হৈ পৰিব ৷ নতুন ব্যৱসায় আৰম্ভ কৰাৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব ৷ প্ৰেমত শুভ ৷
কৰ্কট ৰাশি: দিনটো প্ৰায় ভাল হʼব ৷ দিনটো আনন্দৰে পাৰ হ’ব ৷ চিন্তাধাৰাবোৰৰ সৈতে যুঁজিবলৈ চেষ্টা কৰিব ৷ স্বাস্থ্য ভালে ৰখাত মনোযোগ দিব ৷ খোৱা-বোৱাত মনোযোগ দিব ৷
সিংহ ৰাশি: কৰ্ম ব্যস্ততা বৃদ্ধি ৷ ইয়ে ব্যক্তিগত জীৱনক প্ৰভাৱান্বিত কৰিব ৷ নিৰুৎসাহী হৈ পৰিব পাৰে, ইয়ে কর্মক্ষেত্ৰক প্ৰভাৱান্বিত কৰিব ৷
কন্যা ৰাশি: সন্তানৰ স্বাস্থ্য ভালে ৰখাত মনোযোগ দিব ৷ বন্ধুৰ লগত সম্পৰ্ক ভাল হ’ব ৷ সন্তানৰ সফলতাই দিনটো আনন্দময় কৰি তুলিব ৷ পৰিশ্ৰম কৰিলে সফল হ’ব ৷ কর্মক্ষেত্ৰত শান্ত হৈ থাকিব ৷
তুলা ৰাশি: পৰিয়ালৰ লগত সম্পর্ক ভাল হʼব ৷ ব্যস্ততাৰ মাজেতে সময় উলিয়াই প্ৰেমত মনোযোগ দিব ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হ’ব ৷ মানসিক আৰু শাৰীৰিক অৱস্থা ভাল হʼব ৷
বৃশ্চিক ৰাশি: গণেশৰ কৃপা দৃষ্টি লাভ কৰিব ৷ ভাগ্য ভাল ৷ বন্ধুৰ লগত সম্পৰ্ক ভাল হ’ব ৷ মানসিক শান্তি লাভ কৰিব আৰু শৰীৰ ভালে থাকিব ৷ ঘৰুৱা পৰিৱেশ শান্ত হৈ থাকিব ৷ ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে ৷
ধনু ৰাশি: খঙৰ বাবে সমস্যাত পৰিব পাৰে ৷ কথা কওঁতে সাৱধান হ’ব ৷ তৰ্ক-বিতৰ্ক হ’ব ৷ মানসিকভাৱে ভাগি পৰিব ৷ প্ৰেমত মধ্যম ৷ স্বাস্থ্যও বৰ ভালে নাথাকিব ৷ মানসিক চিন্তা হʼব পাৰে ৷
মকৰ ৰাশি: কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব ৷ লক্ষ্যত সফল হʼব ৷ কঠোৰ পৰিশ্ৰম কৰিলে সফল হʼব ৷ ভাগ্য ভাল ৷ ধন উপাৰ্জন কৰিব ৷
কুম্ভ ৰাশি: কৰ্ম জীৱনত ভাল বন্ধু লাভ কৰিব ৷ সফল হʼব ৷ পৰৰ বিচাৰ নকৰিব ৷ টকা-পইচা জমা কৰিব ৷ যুক্তিৰে চিন্তাবোৰৰ সৈতে যুঁজিবলৈ চেষ্টা কৰিব ৷ টকা-পইচাৰ নিশ্চিত হʼব ৷ মানসিক চিন্তা হʼব পাৰে ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷ বন্ধু-বৰ্গৰ লগত দিনটো আনন্দৰে পাৰ হʼব ৷
মীন ৰাশি: যুক্তিৰে চিন্তাবোৰৰ সৈতে যুঁজিবলৈ চেষ্টা কৰিব ৷ অকলে থাকিবলৈ মন যাব ৷ প্ৰেমত শুভ ৷ বিয়াৰ বাবে শুভ দিন ৷ সফল হʼব ৷ বিবাহিতসকলৰ বাবে এইটো শুভ দিন ৷