ETV Bharat / bharat

হাথৰছ ঘটনাক লৈ ৰাজনীতি কৰিব বিচাৰিছে কংগ্ৰেছে : সিদ্ধাৰ্থ নাথ সিং

author img

By

Published : Oct 1, 2020, 6:00 PM IST

উত্তৰ প্ৰদেশৰ কেবিনেট মন্ত্ৰীগৰাকীয়ে আগলৈ প্ৰশ্ন উত্থাপন কৰে যে, কংগ্ৰেছৰ নেতা সকলে ৰাজস্থানলৈ কিয় যোৱা‌ নাই, যʼত একেধৰণৰ ঘটনাৰ খবৰ পোৱা‌ গৈছে ।

Rahul, Priyanka playing politics over Hathras incident: UP Cabinet Minister
হাথৰছ ঘটনাক লৈ ৰাজনীতি কৰিব বিচাৰিছে কংগ্ৰেছেঃ সিদ্ধাৰ্থ নাথ সিং

নিউজ ডেস্ক, ১ ছেপ্টেম্বৰ : উত্তৰ প্ৰদেশৰ কেবিনেট মন্ত্ৰী সিদ্ধাৰ্থ নাথ সিঙে বৃহস্পতিবাৰে কয় যে, কংগ্ৰেছ নেতা ৰাহুল গান্ধী তথা কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী আৰু তেওঁলোকৰ দলৰ অন্য লোক‌ সকলে হাথৰছৰ দলবদ্ধ ধৰ্ষণৰ ঘটনাক লৈ ৰাজনীতি কৰিব বিচাৰিছে ।

উত্তৰ প্ৰদেশৰ কেবিনেট মন্ত্ৰীগৰাকীয়ে আগলৈ প্ৰশ্ন উত্থাপন কৰে যে, কংগ্ৰেছৰ নেতা সকলে ৰাজস্থানলৈ কিয় যোৱা‌ নাই, যʼত একেধৰণৰ ঘটনাৰ খবৰ পোৱা‌ গৈছে আৰু তেখেতে লগতে কয় যে, কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীয়ে ৰাজস্থানৰ ঘটনা সন্দৰ্ভত উত্তৰ দিব লাগে ।

তেখেতৰ মন্তব্য অনুসৰি, ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধী বাড্ৰাই বৃহস্পতিবাৰে ভুক্তভোগী পৰিয়ালক সাক্ষাৎ কৰিবলৈ হাথৰছলৈ আহিব ।

লগতে পঢ়ক: নিৰ্যাতিতা কিশোৰীৰ পিতৃৰ অভিযোগক নস্যাৎ কৰিলে ৰাজস্থান আৰক্ষীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.