ETV Bharat / bharat

COVID-19ত আক্ৰান্ত হৈ দেহাৱসান তামিলনাডুৰ মুখ্যমন্ত্ৰীৰ ব্যক্তিগত সচিবৰ

author img

By

Published : Jun 17, 2020, 3:32 PM IST

তামিলনাডুৰ মুখ্যমন্ত্ৰীৰ এডাপাদ্দীৰ পলানীস্বামীৰ ব্যক্তিগত সচিবৰ দেহাৱসান । মহামাৰী COVID-19ত আক্ৰান্ত হৈ বুধবাৰে চিকিৎসাধীন হৈ থকা অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে সচিব গৰাকীয়ে ।

তামিলনাডু
COVID-19ত আক্ৰান্ত হৈ দেহাৱসান তামিলনাডুৰ মুখ্যমন্ত্ৰীৰ ব্যক্তিগত সচিবৰ

নিউজ ডেস্ক, ১৭ জুনঃ মহামাৰী COVID-19ত আক্ৰান্ত হৈ বুধবাৰে মৃত্য়ু হয় তামিলনাডুৰ মুখ্যমন্ত্ৰীৰ এডাপাদ্দীৰ পলানীস্বামীৰ ব্যক্তিগত সচিবৰ । খবৰ অনুসৰি, মুখ্যমন্ত্ৰীৰ ব্যক্তিগত সচিব গৰাকী COVID-19ত আক্ৰান্ত হোৱাৰ পাচতে চেন্নাই ৰাজীৱ গান্ধী চৰকাৰী হাস্পতালত ভৰ্তি কৰোৱা হয় । কিন্তু বুধবাৰে আইচিইউত চিকিৎসাধীন হৈ থকা অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে সচিব গৰাকীয়ে ।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে তামিলনাডুত বুধবাৰে নতুনকৈ COVID-19ত আক্ৰান্ত হয় ১,৫১৫ গৰাকী ব্যক্তি । যাৰ পৰিপ্ৰেক্ষিতত ৰাজ্য়খনত মুঠ আক্ৰান্ত সংখ্যা হয়গৈ মুঠ ৪৮,০১৯ গৰাকী । আনহাতে বৰ্তমান পৰ্যন্ত ভাইৰাছত আক্ৰান্ত হৈ ৪৯ গৰাকী ব্যক্তিৰ মৃত্যু হয় বুলি সদৰি কৰে স্বাস্থ্য বিভাগৰ ।

লগতে চাওকঃ সীমান্তৰ সংঘৰ্ষত শ্বহীদ হোৱা বীৰ জোৱানলৈ শ্ৰদ্ধাঞ্জলি বি-টাউনবাসীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.