ETV Bharat / bharat

পাকিস্তানে ডাউদ আৰু চালাউদ্দিনক উভোতাই দিয়ক : ভাৰত - চৈয়দ চালাউদ্দিন

মষ্ট ৱাণ্টেড অপৰাধী দুজনক পাকিস্তানে আশ্ৰয় দিয়াৰ অভিযোগ ভাৰতৰ

etv bharat
author img

By

Published : Mar 16, 2019, 2:53 PM IST

নিউজ ডেস্ক, 16 মাৰ্চ : আণ্ডাৰৱল্ড ডন ডাউদ ইব্ৰাহিম আৰু চৈয়দ চালাউদ্দিনক ভাৰতক গতাই দিবলৈ পাকিস্তানলৈ নিৰ্দেশ ভৰতৰ৷ দুধৰ্ষ অপৰাধী দুজনে পাকিস্তানতে আত্মসমৰ্পন কৰি থকা বুলি প্ৰমাণো ইতিমধ্যে পাকিস্তানক প্ৰদান কৰিছে ভাৰতে৷

পাকিস্তানে যদিহে অপৰাধীক প্ৰশ্ৰয় দিয়া কথা মানি নলয় তেন্তে আন্তৰাষ্ট্ৰীয় পৰ্যায়ত এই প্ৰমাণ প্ৰত্যক্ষ কৰিব পাৰে বুলিও পাকিস্তানলৈ সকীয়নি প্ৰদান কৰে ভাৰতে৷ ডাউদ ইব্ৰাহিম আৰু চৈয়দ চালাউদ্দিনৰ বিৰুদ্ধে ভাৰতত হত্যা আৰু সন্ত্ৰাসবাদমূলক ভালেমান গোচৰ ইতিমধ্যেই ৰুজু হৈ আছে৷ মষ্ট ৱাণ্টেড অপৰাধী দুজনৰ সম্ভেদ প্ৰদান নকৰিলে পাকিস্তানৰ বিৰুদ্ধে কঠোৰ কাৰ্যপন্থা হাতত ল'ব বুলিও সকীয়নি প্ৰদান কৰিছে ভাৰত৷

pakistan must hand over Dawood and Salahudeen, veriable evidence shared

পাকিস্তানে ডাউদ আৰু চালাউদ্দিনক উভোতাই দিয়ক : ভাৰত

মষ্ট ৱাণ্টেড অপৰাধী দুজনক পাকিস্তানে আশ্ৰয় দিয়াৰ অভিযোগ ভাৰতৰ

নিউজ ডেস্ক, 16 মাৰ্চ : আণ্ডাৰৱল্ড ডন ডাউদ ইব্ৰাহিম আৰু চৈয়দ চালাউদ্দিনক ভাৰতক গতাই দিবলৈ পাকিস্তানলৈ নিৰ্দেশ ভৰতৰ৷ দুধৰ্ষ অপৰাধী দুজনে পাকিস্তানতে আত্মসমৰ্পন কৰি থকা বুলি প্ৰমাণো ইতিমধ্যে পাকিস্তানক প্ৰদান কৰিছে ভাৰতে৷ 

পাকিস্তানে যদিহে অপৰাধীক প্ৰশ্ৰয় দিয়া কথা মানি নলয় তেন্তে আন্তৰাষ্ট্ৰীয় পৰ্যায়ত এই প্ৰমাণ প্ৰত্যক্ষ কৰিব পাৰে বুলিও পাকিস্তানলৈ সকীয়নি প্ৰদান কৰে ভাৰতে৷ ডাউদ ইব্ৰাহিম আৰু চৈয়দ চালাউদ্দিনৰ বিৰুদ্ধে ভাৰতত হত্যা আৰু সন্ত্ৰাসবাদমূলক ভালেমান গোচৰ ইতিমধ্যেই ৰুজু হৈ আছে৷ মষ্ট ৱাণ্টেড অপৰাধী দুজনৰ সম্ভেদ প্ৰদান নকৰিলে পাকিস্তানৰ বিৰুদ্ধে কঠোৰ কাৰ্যপন্থা হাতত ল'ব বুলিও সকীয়নি প্ৰদান কৰিছে ভাৰত৷ 
BwaUytoI.jpg
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.