ETV Bharat / bharat

উড়িশাৰ নক্সাল সুৰক্ষা সম্পৰ্কীয় ব্যয়ৰ পৰা বাদ পৰিল 5 খন জিলা

বাদ পৰা জিলা কেইখন হৈছে আংগুল, বাউধ, চম্বালপুৰ, দেওগড় আৰু নাৰায়ণগড় । সুৰক্ষাৰ দিশৰ পৰা এই জিলাসমূহ নক্সালৰ পৰা সুৰক্ষিত হৈছে । সেয়ে জিলাকেইখনৰ পৰা বাতিল কৰা হৈছে এই সুৰক্ষা সম্পৰ্কীয় ব্যয় (SRE) ।

author img

By

Published : Jul 10, 2020, 9:39 PM IST

উড়িশাৰ নক্সাল সুৰক্ষা সম্পৰ্কীয় ব্যয়ৰ পৰা বাদ পৰিল 5 খন জিলা
উড়িশাৰ নক্সাল সুৰক্ষা সম্পৰ্কীয় ব্যয়ৰ পৰা বাদ পৰিল 5 খন জিলা

নিউজ ডেস্ক, 10 জুলাইঃ উড়িশা চৰকাৰে 5 খন নক্সাল অধ্যুষিত এলেকাক বাওপন্থী কাৰ্য কালাপ সুৰক্ষা সম্পৰ্কীয় ব্যয় (SRE)ৰ বাদ পৰা প্ৰস্তাৱক অনুমোদন জনায় । এগৰাকী শীৰ্ষ পৰ্যায়ৰ আৰক্ষী বিষয়াই জানিবলৈ দিয়ে এই কথা ।

বাদ পৰা জিলা কেইখন হৈছে আংগুল, বাউধ, চম্বালপুৰ, দেওগড় আৰু নাৰায়ণগড় । সুৰক্ষাৰ দিশৰ পৰা এই জিলাসমূহ নক্সালৰ পৰা সুৰক্ষিত হৈছে । সেয়ে জিলাকেইখনৰ পৰা বাতিল কৰা হৈছে এই সুৰক্ষা সম্পৰ্কীয় ব্যয় (SRE) ।

উল্লেখ্য যে, উড়িশাৰ কেবাখনো ৰাজ্যত তিনিটা দশকৰো অধিক কাল উড়িশাত মাওবাদীয়ে সন্ত্ৰাস বিয়পাই আছিল ।

লগতে পঢ়কঃ ভাৰত-নেপাল সীমান্তত ৪ জন মাওবাদীক হত্যা সুৰক্ষা বাহিনীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.