ETV Bharat / bharat

বাৰাণসীত আজি মোডীৰ বিজয় উৎসৱ

পাঁচ কি.মি ৰোড শ্ব'ৰে বিজেপিৰ বিজয় উৎসৱ উদযাপন কৰিব নৰেন্দ্ৰ মোডীয়ে ৷

বাৰাণসীত আজি মোডীৰ বিজয় উৎসৱ
author img

By

Published : May 27, 2019, 10:19 AM IST

বাৰাণসী, 27 মে' : লোকসভা নিৰ্বাচনত বৃহৎ জয়ৰ পাচত আজি নিজ সমষ্টি বাৰাণসীলৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ মোডীৰ আগমনৰ বাবে সাজু হৈ উঠিছে তীৰ্থনগৰী বাৰানসী ৷

মোডীক বিজয় সম্ভাষণ জনোৱাৰ উদ্দেশ্যে বিজেপিৰ পতাকা, ফুল, মোডীৰ চিত্ৰৰে সুসজ্জিত কৰি তোলা হৈছে বাৰাণসী চহৰ ৷ বাৰাণসীত উপস্থিত হৈ পোনে-পোনে কাশী বিশ্বনাথ মন্দিৰত আশীষ ল'ব প্ৰধানমন্ত্ৰী মোডী ৷ প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ বাবে সজাই-পৰাই তোলা হৈছে কাশী বিশ্বনাথ মন্দিৰ ৷ বিজেপিৰ বৃহৎ বিজয় উদযাপনৰ বাবে বাৰাণসীত পাঁচ কি.মি দৈৰ্ঘ্যৰ ৰোড শ্ব'ত অংশগ্ৰহণ কৰিব নৰেন্দ্ৰ মোডীয়ে ৷

modi to visit varanashi today

বাৰাণসীত আজি মোডীৰ বিজয় উৎসৱ

পাঁচ কি.মি ৰোড শ্ব'ৰে বিজেপিৰ বিজয় উৎসৱ উদযাপন কৰিব নৰেন্দ্ৰ মোডীয়ে৷

বাৰাণসী, 27 মে' : লোকসভা নিৰ্বাচনত বৃহৎ জয়ৰ পাচত আজি নিজ সমষ্টি বাৰাণসীলৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী৷ মোডীৰ আগমনৰ বাবে সাজু হৈ উঠিছে তীৰ্থনগৰী বাৰানসী৷

মোডীক বিজয় সম্ভাষণ জনোৱাৰ উদ্দেশ্যে বিজেপিৰ পতাকা, ফুল, মোডীৰ চিত্ৰৰে সুসজ্জিত কৰি তোলা হৈছে বাৰাণসী চহৰ৷ বাৰাণসীত উপস্থিত হৈ পোনে-পোনে কাশী বিশ্বনাথ মন্দিৰত আশীষ ল'ব প্ৰধানমন্ত্ৰী মোডী৷ প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ বাবে সজাই-পৰাই তোলা হৈছে কাশী বিশ্বনাথ মন্দিৰ৷
বিজেপিৰ বৃহৎ বিজয় উদযাপনৰ বাবে বাৰাণসীত পাঁচ কি.মি দৈৰ্ঘ্য জোৰা ৰোড শ্ব'ত অংশগ্ৰহণ কৰিব নৰেন্দ্ৰ মোডীয়ে৷ 
320-214-3390649-489-3390649-1558893650409.jpg
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.