ETV Bharat / bharat

গ্ৰেপ্তাৰ হ’ল আই এম এৰ মাষ্টাৰমাইণ্ড মনচুৰ খান

author img

By

Published : Jul 19, 2019, 10:01 AM IST

দিল্লী এয়াৰপৰ্টৰ পৰা গ্ৰেপ্তাৰ হ’ল আই এম এৰ প্ৰতিষ্ঠাপক মনচুৰ খান ৷ ই ডিয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় মাষ্টাৰমাইণ্ড মনচুৰ খানক ৷

গ্ৰেপ্তাৰ হ’ল মাষ্টাৰমাইণ্ড মনচুৰ খান

নিউজ ডেস্ক, 19 জুলাইঃ ইছলামিক বেংকৰ নামত হাজাৰ হাজাৰ লোকক দুৰ্নীতি কৰা অভিযুক্ত মনচুৰ খানক ইডিৰ জেৰা ৷ ডুবাইৰ পৰা দিল্লীলৈ অনা হৈছে মনচুৰ খানক ৷ ইডিৰ লগতে এছ আই টিয়েও মনচুৰ খানৰ ওপৰত জেৰা অব্যাহত ৰাখিছে ৷ উল্লেখ্য যে, 8 জুনত দেশ এৰি পলায়ন কৰিছিল মনচুৰ খানে ৷ আই মনিটেৰী অডভাইজেৰী নামত তেওঁৰ ওপৰত প্ৰায় 1500 কোটি টকাৰ দুৰ্নীতি কৰাৰ অভিযোগ আছে ৷ 2006 চনৰ পৰা আই মনিটেৰী অডভাইজেৰী নামৰ এক ব্যৱসায় আৰম্ভ কৰিছিল মনচুৰ খানে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.