ETV Bharat / bharat

আই আই টি হাইদৰাবাদৰ ছাত্ৰৰ আত্মহত্যা

author img

By

Published : Jul 3, 2019, 2:02 PM IST

তেলেংগানাৰ চাংগাৰেড্ডী জিলাত অভিযান্ত্ৰিক বিষয়ত অধ্যয়নৰত ছাত্ৰৰ আত্মহত্যা। চিলিং ফেনত চিপজৰী লগাই আত্মহত্যা কৰে ছাত্ৰজনে। আৰক্ষীয়ে ছাত্ৰ জনৰ আত্মহত্যাৰ এক টোকা উদ্ধাৰ কৰে। ইতিমধ্যে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

আই আই টি হাইদৰাবাদৰ ছাত্ৰৰ আত্মহত্যা

হায়দৰাবাদ,৩ জুলাই: আই আই টি হায়দৰাবাদত অধ্যয়নৰত ছাত্ৰৰ ছাত্ৰাৱাসত আত্মহত্যা। এই ঘটনাই এতিয়া সৃষ্টি কৰিছে চাঞ্চল্যৰ। এই শিক্ষা প্ৰতিষ্ঠানটোত এইটো হৈছে দ্বিতীয়টো ঘটনা। আৰক্ষীয়ে জনোৱা অনুসৰি মাৰ্ক এন্ড্ৰিউ নামৰ ২০ বৰ্ষীয় ছাত্ৰ গৰাকীয়ে সোমবাৰে নিশা প্ৰায় ১১ মান বজাত নিজৰ কোঠালৈ যায়। মংগলবাৰে লগৰীয়াবোৰে মাৰ্কক দেখা নাপায় কোঠাৰ দৰ্জা ভঙাত ফেনত ওলমি থকা দেখা পায় আৰক্ষীক খবৰ দিয়ে। উল্লেখ্য যে ডিজাইনিং স্নাতকোত্তৰ অন্তিম বৰ্ষৰ ছাত্ৰ গৰাকীৰ ঘৰ আছিল উত্তৰ প্ৰদেশৰ বাৰাণসীৰ নাৰিয়া জিলাত।

আৰক্ষীয়ে উদ্ধাৰ কৰা টোকাটোত ছাত্ৰজনে পৰীক্ষাত কম নম্বৰ পোৱা আৰু অসফল লোকৰ কোনো ভৱিষ্যত নাই বুলি উল্লেখ কৰে। আৰক্ষীয়ে সন্দেহ কৰা মতে হতাশাজনক কাৰণত আত্মহত্যা কৰে ছাত্ৰজনে।

উল্লেখ্য যে চলিত বৰ্ষৰ ৩১ জানুৱাৰীৰ দিনতোত মেকানিকেল আৰু এয়াৰস্পেছ ইঞ্জিনিয়াৰিঙৰ তৃতীয় বৰ্ষৰ এগৰাকী ছাত্ৰ ছাত্ৰাৱাসৰ পৰা জপিয়াই আত্মহত্যা কৰিছিল।

তেলেংগানাৰ চাংগাৰেড্ডী জিলাত অভিযান্ত্ৰিক বিষয়ত অধ্যয়নৰত ছাত্ৰৰ আত্মহত্যা। চিলং ফেনত চিপজৰী লগাই আত্মহত্যা কৰে ছাত্ৰজনে। আৰক্ষীয়ে ছাত্ৰ জনৰ আত্মহত্যাৰ এক টোকা উদ্ধাৰ কৰে। ইতিমধ্যে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

হায়দৰাবাদ,৩ জুলাই: আই আই টি হায়দৰাবাদত অধ্যয়নৰত ছাত্ৰৰ ছাত্ৰাৱাসত আত্মহত্যা। এই ঘটনাই এতিয়া সৃষ্টি কৰিছে চাঞ্চল্যৰ। এই শিক্ষা প্ৰতিষ্ঠানটোত এইটো হৈছে দ্বিতীয়টো ঘটনা। আৰক্ষীয়ে জনোৱা অনুসৰি মাৰ্ক এন্ড্ৰিউ নামৰ ২০ বৰ্ষীয় ছাত্ৰ গৰাকীয়ে সোমবাৰে নিশা প্ৰায় ১১ মান বজাত নিজৰ কোঠালৈ যায়। মংগলবাৰে লগৰীয়াবোৰে মাৰ্কক দেখা নাপায় কোঠাৰ দৰ্জা ভঙাত ফেনত ওলমি থকা দেখা পায় আৰক্ষীক খবৰ দিয়ে। উল্লেখ্য যে ডিজাইনিং স্নাতকোত্তৰ অন্তিম বৰ্ষৰ ছাত্ৰ গৰাকীৰ ঘৰ আছিল উত্তৰ প্ৰদেশৰ বাৰাণসীৰ নাৰিয়া জিলাত।

আৰক্ষীয়ে উদ্ধাৰ কৰা টোকাটোত ছাত্ৰজনে পৰীক্ষাত কম নম্বৰ পোৱা আৰু অসফল লোকৰ কোনো ভৱিষ্যত নাই বুলি উল্লেখ কৰে। আৰক্ষীয়ে সন্দেহ কৰা মতে হতাশাজনক কাৰণত আত্মহত্যা কৰে ছাত্ৰজনে।

উল্লেখ্য যে চলিত বৰ্ষৰ ৩১ জানুৱাৰীৰ দিনতোত মেকানিকেল আৰু এয়াৰস্পেছ ইঞ্জিনিয়াৰিঙৰ তৃতীয় বৰ্ষৰ এগৰাকী ছাত্ৰ ছাত্ৰাৱাসৰ পৰা জপিয়াই আত্মহত্যা কৰিছিল।

IMAGE, Etv HINDI
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.