ETV Bharat / bharat

কথমপি ৰক্ষা পৰিল হাফিজ ছয়ীদৰ পুত্ৰ

author img

By

Published : Dec 10, 2019, 11:38 PM IST

হত্যাৰ প্ৰচেষ্টাৰ পৰা ৰক্ষা পৰিল হাফিজ ছয়ীদৰ পুত্ৰ তালহা ছয়ীদ ৷ লাহোৰৰ মহম্মদ আলী ৰোডৰ সমীপত চলোৱা হৈছিল হত্যাৰ প্ৰচেষ্টা ৷

Hafiz Saeed's son escapes assassination attempt
কথমপি ৰক্ষা পৰিল হাফিজ ছয়ীদৰ পুত্ৰ

নতুন দিল্লী,10 ডিচেম্বৰঃ পৰিকল্পিত হত্যাৰ প্ৰচেষ্টাৰ পৰা কথমপি ৰক্ষা পৰে জামাত-উদ-দাৱাৰ মুৰব্বী হাফিজ ছয়ীদৰ পুত্ৰ তালহা ছয়ীদ ৷ লাহোৰ চহৰৰ সমীপৱৰ্তী মহম্মদ আলী ৰোডৰ জামিয়া মছজিদ আলী মুৰ্তাজাত সংঘটিত আক্ৰমণৰ ঘটনাত অতি কমেও 7 জনকৈ সমৰ্থক আহত হোৱাৰ লগতে 1 জন লোক নিহত হয় ৷

আৰু পঢ়কযোৰহাটত পৰিস্থিতি ভয়াৱহ: আৰক্ষীৰ গুলীচালনাঃ আহত আৰক্ষী

Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.