ETV Bharat / bharat

বডোদৰাৰ জয়শ্ৰী এগ্ৰো ইণ্ডাষ্ট্ৰীত অগ্নিকাণ্ড

author img

By

Published : Jun 20, 2020, 3:35 PM IST

শনিবাৰে গুজৰাটৰ বডোদৰাৰ জয়শ্ৰী এগ্ৰো ইণ্ডাষ্ট্ৰীত সংঘটিত হয় অগ্নিকাণ্ড । ঘটনাস্থলীত আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হোৱাৰ পাচতে জুই নুমুৱাবলৈ সক্ষম হয় বুলি সদৰি কৰে আক্ষীয়ে ।

বডোদৰা
বডোদৰাৰ জয়শ্ৰী এগ্ৰো ইণ্ডাষ্ট্ৰীত অগ্নিকাণ্ড

নিউজ ডেস্ক, ২০ জুনঃ গুজৰাটৰ বডোদৰাত অগ্নিকাণ্ড । বডোদৰাস্থিত বাঘোডিয়া জিআইডিচিৰ জয়শ্ৰী এগ্ৰো ইণ্ডাষ্ট্ৰীত শনিবাৰে পুৱা সংঘটিত হয় এই অগ্নিকাণ্ড । ঘটনাস্থলীত আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নুমুৱালৈ সক্ষম হয় । আনহাতে,অগ্নিকাণ্ডত বৰ্তমান পৰ্যন্ত কোনো লোক হতাহতি হোৱাৰ খবৰ লাভ কৰা নাই বুলিও জানিবলৈ দিয়ে আৰক্ষীয়ে ।

তাৰোপৰি অগ্নিকাণ্ডৰ সূত্ৰপাত সন্দৰ্ভত আৰক্ষীয়ে কোনো তথ্য লাভ কৰা নাই যদিও ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰখা বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ।

লগতে চাওকঃ বঙাইগাঁৱত ধবংস বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.