ETV Bharat / bharat

ৰাজনৈতিক দলসমূহে নিৰ্বাচন আয়োগক জমা দিব লাগিব অনুদানৰ সবিশেষ তথ্য

নিৰ্বাচনী চুক্তিৰ দ্বাৰা ৰাজনৈতিক দলসমূহে লাভ কৰা অনুদান সম্পৰ্কত বিতং তথ্য 30 মে'ৰ ভিতৰত জমা দিব লাগিব নিৰ্বাচন আয়োগক

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা ৰাজনৈতিক দললৈ
author img

By

Published : Apr 12, 2019, 2:30 PM IST

নিউজ ডেস্ক, 12 এপ্ৰিলঃ ৰাজনৈতিক দলসমূহলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা ৷ নিৰ্বাচনী চুক্তিৰ দ্বাৰা ৰাজনৈতিক দলসমূহে লাভ কৰা অনুদান সম্পৰ্কত বিতং তথ্য জমা দিয়ক নিৰ্বাচন আয়োগক ৷ নিৰ্বাচনী চুক্তিৰ দ্বাৰা সংস্থা, ব্যৱসায়ী কিম্বা প্ৰাৰ্থীৰ পৰা ৰাজনৈতিক দলসমূহে লোৱা অনুদানৰ সবিশেষ তথ্য বন্ধ খামৰ জৰিয়তে 30 মে'ৰ ভিতৰত নিৰ্বাচন আয়োগক জমা দিবলৈ দলসমূহলৈ এই নিৰ্দেশনা সৰ্বোচ্চ ন্যায়ালয়ৰ ৷

বেচৰকাৰী সংস্থা, এশ্ব'চিয়েচন ডেম'ক্ৰেটিক ৰিফৰ্ম আৰু কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)য়ে দাখিল কৰা এক ৰাজহুৱা স্বাৰ্থজড়িত আৱেদনৰ শুনানি গ্ৰহণ কৰি শুকুৰবাৰে মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিচাৰপীঠে এই নিৰ্দেশনা জাৰি কৰে ৷

Intro:Body:

electoral bonds : SC asks political parties to submit details of  donations to ECI 

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.