ETV Bharat / bharat

ডিকে শিৱকুমাৰৰ গ্ৰেপ্তাৰক লৈ কৰ্ণাটকত ৰাজ্যজুৰি প্ৰতিবাদ কংগ্ৰেছ কৰ্মীৰ

author img

By

Published : Sep 4, 2019, 4:56 PM IST

কংগ্ৰেছ নেতা ডিকে শিৱকুমাৰক এনফৰ্চমেন্ট সঞ্চালকালয়ৰ গ্ৰেপ্তাৰ ৷ ৰাজ্যজুৰি প্ৰতিবাদ কংগ্ৰেছ কৰ্মীৰ ৷ এই গ্ৰেপ্তাৰক এক ৰাজনৈতিক ষড়যন্ত্ৰ বুলি বুলি অভিহিত কৰে কংগ্ৰেছে ৷ আইনী আৰু ৰাজনৈতিকভাৱে গ্ৰেপ্তাৰৰ প্ৰতিবাদৰ সংকল্প কৰ্ণাটক প্ৰদেশ কংগ্ৰেছৰ ৷

শিৱকুমাৰৰ গ্ৰেপ্তাৰক লৈ কৰ্ণাটকত ৰাজ্যজুৰি প্ৰতিবাদ কৰ্ণাটক প্ৰদেশ কংগ্ৰেছ কৰ্মীৰ

বাংগালোৰ, 4 চেপ্টেম্বৰ: দলীয় নেতা ডিকে শিৱকুমাৰক এনফৰ্চমেন্ট সঞ্চালকালয়ে গ্ৰেপ্তাৰ কৰাৰ প্ৰতিবাদত বুধবাৰে ৰাজ্যজুৰি প্ৰতিবাদেৰে কঁপাই তোলে ৷ কৰ্ণাটক প্ৰদেশ কংগ্ৰেছ কমিটিয়ে টুইটাৰযোগে শিৱকুমাৰৰ গ্ৰেপ্তাৰক এক ৰাজনৈতিক ষড়যন্ত্ৰ বুলি বুলি অভিহিত কৰে ৷ অনুসন্ধানত পূৰ্ণ সহযোগিতা কৰাৰ পাচতো শিৱকুমাৰক গ্ৰেপ্তাৰ কৰা বুলি অভিযোগ কৰি কংগ্ৰেছে আইনী আৰু ৰাজনৈতিকভাৱে তেওঁৰ হৈ যুঁজিব বুলিও কয় ৷ মঙলবাৰে সন্ধিয়া এনফৰ্চমেন্ট সঞ্চালকালয়ে অবৈধ ধনৰ লেনদেনৰ অভিযোগত শিৱকুমাৰক গ্ৰেপ্তাৰ কৰিছিল ৷ উল্লেখ্য যে, 29 আগষ্টত কৰ্ণাটকৰ উচ্চ ন্যায়লয়ে শিৱকুমাৰে অভিযোগৰ বিৰুদ্ধে দিয়া আবেদন খাৰিজ কৰিছিল ৷

দলীয় নেতাৰ গ্ৰেপ্তাৰৰ প্ৰতিবাদত কৰ্ণাটক কঁপালে কংগ্ৰেছ কৰ্মীয়ে

'' এয়া এক সম্পূৰ্ণ ৰাজনৈতিক ষড়যন্ত্ৰ ৷ মই একো দোষ কৰা নাই, কোনো হত্যা বা দুৰ্নীতিত জড়িত নাই ৷ উদ্ধাৰ কৰা ধনখিনি মই নিজে উপাৰ্জন কৰা ধন ৷ " 57 বছৰীয়া কংগ্ৰেছ নেতাগৰাকীয়ে এইদৰে সংবাদ মাধ্যমৰ আগত নিজকে নিৰ্দোষী বুলি দাবী কৰে ৷

Intro:Body:

KPCC calls for state-wide protest against Shivakumar's arrest

Bengaluru: Karnataka Congress has called a state-wide protest on Wednesday after the arrest of party leader DK Shivakumar by the Enforcement Directorate (ED) today.

Taking to Twitter, KPCC said, "Despite full cooperation in investigation DK Shivakumar is arrested by ED. This is political vendetta & High handed tactics against INC India by BJP. Congress stands firmly with DKS & will fight this legally & politically."

The ED on Tuesday evening arrested Shivakumar in connection with an alleged money laundering case.

On August 29, the Karnataka High Court had dismissed his petition challenging the summons issued by the ED in December 2018.

Later that night, he was summoned by the law enforcement agency under the Prevention of Money Laundering Act (PMLA) and was asked to appear before it on August 30, following which he was interrogated for four days.

The 57-year-old leader had earlier asserted that he has not done anything wrong and will fully cooperate with the investigating agency.

"It is all a conspiracy. I have not made any mistake, murder or indulged in corruption. The money you found is my money and I earned it," he had said.

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.