ETV Bharat / bharat

"মৈত্ৰীদিৱস 2019" অনুষ্ঠানত ভাগ ল'লে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে

author img

By

Published : Nov 14, 2019, 10:13 PM IST

এই অনুষ্ঠানত মুখ্য অতিথি প্ৰতিৰক্ষা মন্ত্ৰী আৰু অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ লগতে জনসাধাৰণৰ সন্মুখত সেনা বাহিনীৰ বিভিন্ন কলা-কৌশল প্ৰদৰ্শন কৰাৰ কৰা হয় ৷ নিশাৰ ভাগত সেনাবাহিনীৰ লোকৰ দ্বাৰা এক আকৰ্ষণীয় সংগীতানুষ্ঠানৰো আয়োজন হয় ৷ এই অনুষ্ঠানৰ মুখ্য উদ্দেশ্য "Know Your Army" ৷

"মৈত্ৰীদিৱস 2019"

তেজপুৰ, ১৪ নৱেম্বৰ : দুদিনীয়া ভ্ৰমণসূচীৰে অৰুণাচল প্ৰদেশৰ টাৱাঙত উপস্থিত হ'ল ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং ৷ বৃহস্পতিবাৰৰ পৰা অনুষ্ঠিত হোৱা "মৈত্ৰীদিৱস - 2019" ৰ দুদিনীয়া কাৰ্যসূচী উদ্ধোধন কৰে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ৷

deffence minister attends tawang maitree diwas 2019 rajnath singh attends tawang maitree diwas-2019
"মৈত্ৰীদিৱস 2019" ৰ এটি সুন্দৰ দৃশ্য

সেনা বাহিনী আৰু জনসাধাৰণৰ মাজত সমন্বয়ৰ বাৰ্তা অটুত ৰখাৰ উদ্দেশ্যৰে এই অনুষ্ঠানত টাৱাঙৰ জিলা প্ৰশাসন আৰু সেনা বাহিনীৰ সাধাৰণ জনসাধাৰণক লৈ বন্ধুত্ব যুগমীয়া কৰাৰ এক প্ৰচেষ্টা বুলি অভিহিত কৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৷ অনুষ্ঠানত ভাগ লৈ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে বীৰ ছহীদ জোৱান সকলৰ সোঁৱৰণী টাৱাম ৱাৰ মেম'ৰিয়েল পৰিদৰ্শন কৰে ৷

deffence minister attends tawang maitree diwas 2019 rajnath singh attends tawang maitree diwas-2019
টাৱাঙৰ বৌদ্ধ বিহাৰৰ শিশুসকলৰ সৈতে বাৰ্তালাপ কৰা মূহুৰ্তত প্ৰতিৰক্ষামন্ত্ৰী

অনুষ্ঠানত সেনা বাহিনীৰ বিভিন্ন কলা-কৌশল প্ৰতিৰক্ষা মন্ত্ৰী আৰু অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ লগতে জনসাধাৰণৰ সন্মুখত প্ৰদৰ্শন কৰা হয় ৷ নিশাৰ ভাগত সেনাবাহিনীৰ লোকৰ দ্বাৰা এক আকৰ্ষণীয় সংগীতানুষ্ঠানৰো আয়োজন কৰা হয় ৷ এই অনুষ্ঠানৰ মুখ্য উদ্দেশ্য "Know Your Army"

deffence minister attends tawang maitree diwas 2019 rajnath singh attends tawang maitree diwas-2019
সেনা বাহিনীৰ বিভিন্ন কলা-কৌশল প্ৰদৰ্শন কৰাৰ এটা দৃশ্য়

প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীয়ে ভাষণ প্ৰসংগত সেনা বাহিনীয়ে অতি উচ্চতাৰ বৰফেৰে আৱৰা পাহাৰীয়া সীমান্তত প্ৰতিকূল পৰিৱেশত যোগাযোগ আৰু পথ নিৰ্মাণকে ধৰি বিভিন্ন ধৰণৰ উন্নয়ন মূলক কামৰ শলাগ লয় ৷

deffence minister attends tawang maitree diwas 2019 rajnath singh attends tawang maitree diwas-2019
"মৈত্ৰীদিৱস 2019" অনুষ্ঠানত ভাগ ল'লে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে

বৃহস্পতিবাৰে নিশাটো টাৱাঙত কটায় শুকুৰবাৰে অন্তিম কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিয়লি নতুন দিল্লীলৈ ৰাওনা হ'ব প্ৰতিৰক্ষা মন্ত্ৰীগৰাকী ৷

লগতে চাওকঃসাবৰিমালাঃ 7 জনীয়া বিচাৰ পীঠলৈ প্ৰেৰণ বিচাৰ আবেদন

Intro:DEFENCE MINISTER ATTENDS TAWANG MAITREE DIWAS 2019

তেজপুৰ,১৪ নবেম্বৰ : দুদিনীয়া ভ্ৰমন সূচিৰে ভাৰতৰ প্ৰতিৰক্ষ্যা মন্ত্ৰী ৰাজনাথ সিং
আজি উপস্থিত হয় অৰুনাচল প্ৰদেশৰ টাৱাংত ৷ ভাৰতীয় সেনা বাহিনীৰ আজিৰে পৰা অনুস্থিত হোৱা " মৈত্ৰীদিৱস - 2019 ", ৰ দুদিনিয়া কাৰ্যসূচীৰ উদ্ধোধন কৰে ৷ সেনা বাহিনী আৰু জনসাধাৰনৰ মাজত সমন্বয়ৰ বাৰ্তা অটুট ৰখাৰ উদ্দেশ্যৰে এই অনুস্থানত টাৱাংৰ জিলা প্ৰশাসন আৰু সেনা বাহিনীৰ সাধাৰন জনাধাৰনক লৈ বন্ধুত্ব সুগমীয়া কৰাৰ এক প্ৰচেষ্টা বুলি অভিহিত কৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিংয়ে ৷

Body:প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং এই অনুস্থানৰ মুখ্য অতিথি আৰু অৰুনাচল প্ৰদেশৰ মুখ্য মন্ত্ৰী পেমা খাণ্ডু বিশিষ্ট অতিথি হিচাবে আজি উপস্থিত থকা অনুস্থানত সেনা বাহিনীৰ বিভিন্ন প্ৰদৰ্শন , কলা কৌশল জনসাধাৰনৰ সন্মুখত প্ৰদৰ্শন কৰা হয় ৷ নিশাৰ ভাগত সেনাবাহিনীৰ লোকৰ দ্বাৰা এক আকৰ্শনীয় সংগীতানুস্থানৰ আয়োজন হয় ৷Conclusion:এই অনুস্থানৰ মুখ্য উদ্দেশ্য "Know Your Army’ আপুনাৰ সেনা বাহিনীক জানো আহক কিদৰে দেশ মাত্ৰীৰ সেৱাত নিয়োজিত হয় সেনাবাহিনী ৷ তেওঁ বীৰ ছহীদ জোৱান সকলৰ সোঁৱৰনী টাৱাম ৱাৰ মেম'ৰিয়েল পৰিদৰ্শন কৰে ৷
ভাষন প্ৰসংগত প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীয়ে কয় যে সেনা বাহিনীয়ে এই অতি উচ্চতাৰ বৰফৰে আৱৰা পাহাৰীয়া সীমান্তত প্ৰতিকূল অৱস্থাত যোগা যোগৰ পথ নিৰ্মানকে ধৰি বিভিন্ন ধৰনৰ উন্নয়ন মূলক কামৰ সলাগ লয় ৷
প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আজি নিশা টাৱাংত কটাই শুক্ৰবাৰে অন্তিম কাৰ্যসূচীত অংশ গ্ৰহন কৰি বিয়লি নতুন দিল্লীলৈ ৰাওনা হৱ ৷

FOR NATIONAL :

Tezpur: The border town of Tawang in Arunachal Pradesh got into a festive spirit once again while celebrating Maitree Diwas 2019 with fanfare and gusto to mark the spirit of friendship and bonhomie between the citizens of Tawang and the Indian Army. The two day socio –military – cultural extravaganza is organised by Indian Army, Tawang Civil Administration and volunteers at the High Altitude Stadium and stands as a testimony to the spirit of solidarity and patriotic fervor that runs deep amongst the locals of Tawang District.
Defence Minister ,Rajnath Singh, was the Chief Guest of the event, and Pema Khandu, Chief Minister of Arunachal Pradesh the Chief Patron inaugurated the two-day celebrations alongside Lieutenant General Anil Chauhan, General Officer Commanding-in-Chief Eastern Command.          

         ‘Know Your Army’ was the underlying theme of the event that enlightened the youth about the Armed Forces and motivated them to adorn the uniform and serve their motherland. The event commenced with vibrant cultural programmes culminating in a scintillating performance by military pipe bands.
A display of weapons and equipment was organised by the Indian Army to increase awareness amongst people about the forces and to ignite in them a passion for the same. The Army also organised a medical camp jointly with the civil administration which provided free medical services to a large number of patients from far flung villages.          
                           
         In their respective addresses, the Raksha Mantri and Chief Minister both praised the constant support rendered by Indian Army in road construction, medical camps, assistance during natural calamities and a plethora of activities for human resources development. They urged the people of Tawang and Indian Army to further strengthen the existing bonds of friendship and solidarity and work towards a strong and prosperous country.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.