নিউজ ডেস্ক,4 মে': কৰ'ণা ভাইৰাছ সংক্ৰমণৰ ফলত ভিন ভিন স্থানত আবদ্ধ হৈ পৰা শ্ৰমিক সকলক ঘৰলৈ উভতাৰ ক্ষেত্ৰত সহায় কৰিব কংগ্ৰেছৰ ৰাজ্যিক গোট সমূহে । ছোনীয়া গান্ধীয়ে প্ৰকাশ কৰিছে এই কথা ।
যি সকল শ্ৰমিকৰ অৰ্থিক অৱস্থা শোচনীয় হৈ আছে তেওঁলোকৰ ৰে'ল যাত্ৰাৰ খৰচ বহন কৰিব দলটোৱে ।
লগতে ছোনীয়া গান্ধীয়ে কেন্দ্ৰীয় চৰকাৰৰ ওপৰত অভিযোগ উত্থাপন কাৰি কয় যে, কেন্দ্ৰীয় চৰকাৰে আৰু ৰেল'ৱে কতৃপক্ষই কংগ্ৰেছৰ অনুৰোধ ৰক্ষা নকৰিলে । দলটোৱে চৰকাৰৰ ওচৰত শ্ৰমিক সকলৰ বাবে বিনামূলীয়া আৰু সুৰক্ষিত যাত্ৰাৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছিল ।
-
Statement Of Congress President Smt. Sonia Gandhi
— Congress (@INCIndia) May 4, 2020 " class="align-text-top noRightClick twitterSection" data="
The Indian National Congress has
taken a decision that every Pradesh
Congress Committee shall bear the cost for the rail travel of every needy worker and migrant labourer and shall take necessary steps in this regard pic.twitter.com/kxruKa0xgI
">Statement Of Congress President Smt. Sonia Gandhi
— Congress (@INCIndia) May 4, 2020
The Indian National Congress has
taken a decision that every Pradesh
Congress Committee shall bear the cost for the rail travel of every needy worker and migrant labourer and shall take necessary steps in this regard pic.twitter.com/kxruKa0xgIStatement Of Congress President Smt. Sonia Gandhi
— Congress (@INCIndia) May 4, 2020
The Indian National Congress has
taken a decision that every Pradesh
Congress Committee shall bear the cost for the rail travel of every needy worker and migrant labourer and shall take necessary steps in this regard pic.twitter.com/kxruKa0xgI
গান্ধীয়ে, লক্ষাধিক শ্ৰমিকে শতাধিক কিল'মিটাৰ খোজ কাঢ়ি ঘৰলৈ উভতাৰ প্ৰসংগত কয় যে, শ্ৰমিক সকলে খাদ্য-পানী নোহোৱাকৈয়ে ঘৰলৈ উভতিছে চৰকাৰ দায়িত্বহীনতাৰ বাবে । চৰকাৰে বিদেশত থকা সকলক যেনেদৰে বিমানেৰে বিনামূলয়াকৈ দেশলৈ উভতালে তেনেদৰে দেশৰ ভিতৰত থকা শ্ৰমিক সকলকো ঘৰলৈ নিয়াৰ ব্যৱস্থা কৰিব লাগিছিল ।