ETV Bharat / bharat

অবৈধ গৰু সৰবৰাহত জড়িত বিএছএফৰ কামাণ্ডেট আটক

author img

By

Published : Nov 18, 2020, 12:49 PM IST

কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ চিবিআইয়ে আটক কৰিছে গৰুৰ অবৈধ সৰবৰাহত জড়িত বিএছএফৰ এগৰাকী প্ৰাক্তন কামাণ্ডেটক ৷ এই সৰবৰাহত জড়িত থকাৰ ক্ষেত্ৰত কামাণ্ডেটগৰাকীৰ সৈতে 36 জন বেটেলিয়ন, সীমা সুৰক্ষা বাহিনীৰ জোৱান আৰু কেইবাজনো ভিন্ন ক্ষেত্ৰৰ কৰ্মচাৰীৰ নাম সাঙোৰ খাইছিল ৷

cbi-arrests-former-bsf-commandant-in-cattle-smuggling-case
কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা

নিউজ ডেস্ক,18 নৱেম্বৰ: কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ চিবিআইয়ে ইতিমধ্যে আটক কৰিছে গৰুৰ অবৈধ সৰবৰাহৰ সৈতে জড়িত সীমা সুৰক্ষা বাহিনীৰ এগৰাকী প্ৰাক্তন কামাণ্ডেটক ৷ আটকাধীন কামাণ্ডেটগৰাকীক বুধবাৰে পোনে পোনে আদালতত হাজিৰ কৰায় চিবিআইয়ে ৷ এই সন্দৰ্ভত বিগত 21 ছেপ্তেম্বৰত ৰুজু কৰা হৈছিল গোচৰ ৷

ইফালে বিষয় সন্দৰ্ভত চিবিআইয়ে সদৰী কৰা অনুসৰি, আন কেইবাজনো কৰ্মচাৰীৰ সহযোগত পশ্চিমবংগ-বাংলাদেশ সীমান্তত এই অবৈধ ব্যৱসায় চলাই আহিছিল কামাণ্ডেটগৰাকীয়ে ৷ উল্লেখ্য যে,এই অবৈধ ব্যৱসায়ত জড়িত থকাৰ সন্দেহত কামাণ্ডেটগৰাকীৰ সৈতে 36 জন বেটেলিয়ন, সীমা সুৰক্ষা বাহিনীৰ জোৱান আৰু কেইবাজনো ভিন্ন ক্ষেত্ৰৰ কৰ্মচাৰীৰ নাম সাঙোৰ খাইছিল ৷

লগতে পঢ়কঃমৰাণ সমষ্টিত কংগ্ৰেছ দলৰ ব্যাপক খহনীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.