ETV Bharat / bharat

10 মহীয়া কেঁচুৱাৰ দেহত কৰ'ণা ভাইৰাছৰ অৱস্থিতি

author img

By

Published : Mar 27, 2020, 7:33 PM IST

মাংগালুৰুৰ এটি শিশুৰ দেহত কৰ'ণা ভাইৰাছৰ অৱস্থিতি ৷ বৰ্তমান দক্ষিণা কান্নাড়া হাস্পতালত চিকিৎসাধীন শিশুটি ৷

দক্ষিণা কান্নাড়া
10 মহীয়া কেঁচুৱাৰ দেহত কৰ'ণা ভাইৰাছৰ অৱস্থিতি

নেশ্যনেল ডেস্ক, 27 মাৰ্চ : দক্ষিণা কান্নাড়াৰ এটি 10 মহীয়া শিশুৰ দেহত কৰ'ণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে ৷ বৰ্তমান শিশুটিক দক্ষিণা কান্নাড়াৰ এখন হাস্পতালত চিকিৎসাধীন অৱস্থাত ৰখা হৈছে ৷ উল্লেখ্য যে, শিশুটিৰ কোনো বিদেশ ভ্ৰমণৰ ইতিবৃত্ত নাই ৷ প্ৰাথমিক তদন্ত অনুসৰি,শিশুটিয়ে পৰিয়ালৰ সৈতে কেৰালা ভ্ৰমণ কৰিছিল ৷ এই সম্পৰ্কত তদন্ত অব্যাহত থকাৰ লগতে 6 জন লোকক এই ক্ষেত্ৰত সন্দেহ কৰা হৈছে আৰু তেওঁলোকক বৰ্তমান আছুতীয়া কক্ষত ৰখা হৈছে ৷

আৰু পঢ়ক : লক ডাউনৰ সময়ত বাহিৰলৈ ওলাই যোৱাৰ বাবেই হত্যা এজনক

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.