স্বগোষ্ঠীয় নেতাইহে ঠগিছে চাহ জনগোষ্ঠীকঃ ৰাজু চাহুৰ বিস্ফোৰণ
বিজেপিয়ে ২০১৬ ৰ নিৰ্বাচনত চাহ জনগোষ্ঠীয় লোকৰ বাবে দিয়া প্ৰতিশ্ৰুতি সমূহ পালন কৰিলেই যথেষ্ঠ আছিল । কিন্তু বিজেপিত যোগ দিয়া এইসকল চাহ জনগোষ্ঠীয় নেতাই নিজৰ জাতিটোৰ বাবে সেয়াও নকৰিলে বা কৰিব নুখুজিলে । এতিয়া পুনৰ নিৰ্বাচনৰ সময় অহাত তেওঁলোকে পুৰণি কেছেটখনকে আকৌ বজোৱা আৰম্ভ কৰিছে বুলিও মন্তব্য কৰে নেতাগৰাকীয়ে ।
তেজপুৰত ড্ৰাগছসহ গ্ৰেপ্তাৰ তিনি যুৱক
শুকুৰবাৰে নিশা আৰক্ষীৰ অভিযানত ভোমোৰাগুৰি দলঙৰ সমীপত ড্ৰাগছসহ তিনিটাকৈ অভিযুক্ত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷
গণেশ চতুৰ্থী: ঐতিহাসিক পাতাল ভুৱনেশ্বৰৰ কথাৰে...
পাতাল ভুৱনেশ্বৰক ‘গুহাৰ চহৰ’ নামেৰে জনা যায় ৷ এই ঠাইতে ভগৱান শিৱই বিশ্ৰাম কৰিছিল বুলি বিশ্বাস কৰা হয় ৷ ভগৱান শিৱৰ ক্ৰোধৰ পাচত ছিঙি দিয়া ভগৱান গণেশৰ মূৰটো এই গুহাটোতে সৰি পৰিছিল ৷ এই ঐতিহাসিক গুহা সম্পৰ্কে কিছু কথা...
মাতৃৰ দাৰ ঘাপত প্ৰাণ গ'ল পুত্ৰৰ
শুকুৰবাৰে নিশা সমৰেন্দ্ৰই ড্ৰাগছৰ বাবে মাতৃক টকা বিচাৰে । কিন্তু মাতৃয়ে টকা নিদিয়াত সমৰেন্দ্ৰই ঘৰত অত্যাচাৰ আৰম্ভ কৰে । পুত্ৰৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি অৱশেষত মাতৃয়ে পুত্ৰক দাৰে ঘপিয়াই ।
কৰিমগঞ্জত চোৰাং গৰু সৰবৰাহকাৰীক আটক
কৰিমগঞ্জলৈ সৰবৰাহ হৈছে মেঘালয়ৰ সৰহসংখ্যক গৰু ৷ গৰু সৰবৰাহকাৰী জনৈক উকিল আহমদক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷ চোৰাং গৰুৰ বেহাক লৈ সৰৱ হৈ উঠিছে বিশ্ব হিন্দু পৰিষদ ৷
নিৰ্বাচন মানে কি নজনা এখন গাঁও !
একবিংশ শতিকাৰ এখন আদিবাসী গাঁও ৷ খৰি বিক্ৰী কৰিয়েই জীৱন নিৰ্বাহ কৰি আছে গাঁৱখনৰ বাসিন্দাই ৷ এতিয়াও বিদ্যুতৰ যোগানৰ পৰা বিৰত তেওঁলোক ৷ ক'ত আছে সেই গাঁও ?
দিল্লী এনকাউন্টাৰত গ্ৰেপ্তাৰ অস্ত্ৰধাৰী ISIS সন্ত্ৰাসবাদী
শনিবাৰে দিল্লী আৰক্ষীৰ এগৰাকী জ্যেষ্ঠ বিষয়াই জানিবলৈ দিয়া অনুসৰি,দিল্লীত এক এনকাউন্টাৰৰ পাচতে আৰক্ষীয়ে কৰায়ত্ত কৰিছে এক ISIS সদস্যক ৷ সন্ত্ৰাসবাদীটোৰ পৰা উদ্ধাৰ কৰা হৈছে বিস্ফোৰক আইইডি ৷
বৰাকত স্বাস্থ্য কৰ্মীৰ 24 ঘন্টীয়া কৰ্ম বিৰতি
কৰিমগঞ্জত ঠিকা ভিত্তিক স্বাস্থ্য কৰ্মীৰ প্ৰতিবাদত ব্যাহত চিকিৎসা সেৱা ৷ চাকৰি নিয়মীয়া কৰণৰ দাবীত অনশন কাৰ্যসূচী ৰূপায়ণ কৰিছিল ঠিকাভিত্তিক স্বাস্থ্য কৰ্মী সকলে ৷
মহামাৰীৰ মাজতো অনুষ্ঠিত হ'ব নিৰ্বাচন, কেন্দ্ৰীয় নিৰ্বাচনী আয়োগৰ নতুন নিৰ্দেশাৱলী জাৰী
মহামাৰীৰ সময়ত আগন্তুক সময়ত দেশত অনুষ্ঠিত হ'বলগীয়া বিভিন্ন নিৰ্বাচনৰ বাবে ভাৰতীয় নিৰ্বাচন আয়োগে নিৰ্দেশাৱলী জাৰী কৰিছে ৷ ইভিএমত ভোট দিয়াৰ বাবে ভোটাৰক প্ৰদান কৰা হ'ব এবাৰ ব্যৱহৃত হাতমোজা ৷
প্ৰাক্তন আইএএছ ৰাজীৱ কুমাৰ দেশৰ নতুন মুখ্য নিৰ্বাচনী আয়ুক্ত নিযুক্ত
দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছে সৰ্বভাৰতীয় অসামৰিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া ৰাজীৱ কুমাৰক ৷ দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্ত অশোক লাভাছাই পদত্যাগ কৰাৰ পিচতেই কুমাৰক তেওঁৰ স্থানত স্থলাভিষিক্ত কৰা হয় ৷