ETV Bharat / snippets

অৰুণাচল প্ৰদেশৰ নিকলগ নদীৰ পৰা উদ্ধাৰ কৰ্ণ হাজঙৰ মৃতদেহ

author img

By ETV Bharat Assamese Team

Published : Aug 1, 2024, 2:14 PM IST

Jonai student died by drowning
গা ধুবলৈ গৈ সন্ধাহীন কৰ্ণ (ETV Bharat)

জোনাই, 1 আগষ্ট : সন্ধান ওলাল জোনাইৰ কৰ্ণ হাজঙৰ ৷ অৱশ্যে জীৱিত অৱস্থাত নহয়, অৰুণাচল প্ৰদেশৰ নিকলগ নদীৰ পৰা উদ্ধাৰ হ’ল কৰ্ণ হাজঙৰ মৃতদেহ ৷ অৰুণাচল আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰোণোত্তৰ পৰীক্ষাৰ বাবে পাছিঘাট অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷

উল্লেখ্য যে, বুধবাৰে বিয়লি সমনীয়াৰ সৈতে নৈত গা ধুবলৈ গৈ সন্ধানহীন হৈছিল কৰ্ণ ৷ তাৰ পাচত বহু বিচাৰ-খোচাৰ কৰাৰ অন্তত বুধবাৰে নিশা প্ৰায় 10 বজাত উদ্ধাৰ হয় জোনাইৰ বজাৰৰ নিবাসী কুকিল হাজঙৰ পুত্ৰ কৰ্ণ হাজঙৰ নিথৰ দেহ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.