ETV Bharat / snippets

হোজাইত হত্যাৰ গোচৰত যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত এজনক

author img

By ETV Bharat Assamese Team

Published : Sep 27, 2024, 10:27 PM IST

HOJAI SESSIONS JUDGE COURT
হোজাইত হত্যাৰ গোচৰত যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত এজনক (ETV Bharat Assam)

হোজাই, ২৭ ছেপ্টেম্বৰ : হোজাইত হত্যাৰ গোচৰত অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰা হৈছে ৷ হোজাই সত্ৰ ন্যায়াধীশ আদালতে এই ঐতিহাসিক ৰায়দান কৰে ।

২০১৬ চনৰ ১২ অক্টোবৰত লংকা পাঞ্জাৱীবস্তিত সংঘটিত হৈছিল এক হত্যাকাণ্ড । স্বপন দাস নামৰ এজনে হত্যা কৰিছিল পত্নী পিনাকী দাসক । উক্ত গোচৰৰ বিচাৰ প্ৰক্ৰিয়া চলিছিল হোজাই জিলা সত্ৰ ন্যায়াধীশ আদালতত । শুকুৰবাৰে আদালতে পত্নীহন্তা স্বপন দাসক দোষী সাব্যস্ত কৰি যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰাৰ লগতে ২৫০০০ টকা জৰিমনা বিহে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.