ETV Bharat / snippets

নৈত গা ধুবলৈ গৈ সলিল সমাধি ঘটিল দম্পতীৰ

author img

By ETV Bharat Assamese Team

Published : Aug 27, 2024, 12:24 PM IST

Tragic incident in Cachar
সলিল সমাধি দম্পতীৰ (ETV Bharat Assam)

শিলচৰ, ২৭ আগষ্ট: কাছাৰৰ লক্ষীপুৰত নৈত গা ধুবলৈ গৈ সলিল সমাধি ঘটিল দম্পতীৰ । দুদিন পূৰ্বে কাম শেষ কৰি কামৰেঙ্গাৰ চিৰি নৈত শ্ৰমিক জগ্গু কল আৰু পত্নী অঞ্জনা কলে গা ধুবলৈ গৈছিল । গা ধুই থাকোতে হঠাতেই পানীত ডুব যায় অঞ্জনা ৷ পত্নীক বচাবলৈ গৈ জগ্গু কলো ডুব যায় ।

এই ঘটনাটো সংঘটিত হোৱাৰ পিচত আৰক্ষী আৰু এছডিআৰএফে নৈত অভিযান চলায় যদিও দুয়োকে উদ্ধাৰ কৰাত বিফল হয় । কালি ঘটনাস্থলীৰ পৰা কেইবাকিলোমিটাৰ দূৰৈত লক্ষীপুৰ কাঙ্গালী বস্তিত নৈৰ পৰা উদ্ধাৰ হয় দুয়োটা মৃতদেহ । পিচত আৰক্ষীয়ে মৃতদেহ দুটা মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ চিকিৎসা মহাবিদ্য়ালয় হাস্পতাললৈ প্ৰেৰণ কৰে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.