ETV Bharat / snippets

মৰিগাঁৱত দুই শিশুৰ সলিল সমাধি

author img

By ETV Bharat Assamese Team

Published : Jun 30, 2024, 7:10 PM IST

Morigaon child death
কটহজাৰিত শোকাৱহ ঘটনা (Google)

মৰিগাঁও,৩০ জুন : মৰিগাঁও জিলাৰ কটহজাৰিত দেওবাৰে সংঘটিত হয় এক শোকাৱহ ঘটনা । কটহজাৰিত পুখুৰীত পৰি দুটি শিশু মৃত্য়ুমুখত পৰাত অঞ্চলটোত শোকৰ ছাঁ পৰিছে । আইতাকৰ সৈতে পথাৰলৈ যোৱাৰ সময়তেই দুৰ্ভাগ্য়ক্ৰমে শিশু দুটি পুখুৰীত পৰে ।

ইয়াৰ পিচতেই শিশু দুটিৰ মৃতদেহ উদ্ধাৰ কৰা হয় । মৃত শিশু দুটিৰ নাম ঋষিতা বৰদলৈ আৰু সোণমণি বৰদলৈ বুলি জানিব পৰা গৈছে । এই ঘটনাটো সংঘটিত হোৱাৰ পিচত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ যাৱতীয়া ব্য়ৱস্থা গ্ৰহণ কৰে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.