ETV Bharat / bharat

কুম্ভ ৰাশিৰ প্ৰেমত শুভ...কন্যা ৰাশিৰ মানসিক অস্থিৰতা বৃদ্ধি...কি কয় আপোনাৰ দিনটোৰ ৰাশিফলে - Daily Horoscope For 18th June

Daily Horoscope: আজি কন্যা ৰাশিত বিৰাজ কৰিব চন্দ্ৰ ৷ ইয়াৰ ফলত কেনে যাব আপোনাৰ আজিৰ দিনটো ? জানিবলৈ চাওক আজিৰ দিনটোৰ ৰাশিফল...

Daily Horoscope For 18th June 2024
আজিৰ দিনটোৰ ৰাশিফল (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Jun 18, 2024, 12:02 AM IST

মেষ ৰাশি: আপুনি মানসিকভাৱে ভাগৰুৱা হৈ পৰিব পাৰে । আজি আপোনাৰ গ্ৰহৰ অৱস্থান ভাল নহয় । যাৰ বাবে অন্যান্য কামৰ বাবে পৰিকল্পনাসমূহ বাতিল কৰিবলগীয়া হ’ব পাৰে । স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে, গতিকে সাৱধানে থাকক ৷

বৃষ ৰাশি: সুদৃঢ় ইচ্ছাশক্তি, সাহসিকতাৰ সৈতে আপুনি কৰ্মক্ষেত্ৰত, ব্যৱসায়ত আৰু ব্যক্তিগত জীৱনত সফলতা লাভ কৰিব পাৰিব । পিতৃৰ দ্বাৰা উপকৃত হ’ব পাৰে । আৰ্থিক লাভৰ যোগ । শিক্ষাৰ্থীৰ বাবে দিনটো শুভ ৷ আজি আপুনি প্ৰিয়জনৰ সৈতে সুন্দৰ সময় কটাব পাৰে ৷

মিথুন ৰাশি: আজি আপুনি যি কোনো নতুন কাম আৰম্ভ কৰিব পাৰে । ৰাজহুৱা খণ্ড আৰু ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ সৈতে কাম কৰা লোকসকলৰ বাবে দিনটো লাভদায়ক আৰু ফলদায়ক । আৰ্থিক দিশত সাৱধানে চলক ৷

কৰ্কট ৰাশি: নেতিবাচক চিন্তাৰ পৰা আঁতৰত থাকক । কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলে যিকোনো কথাতে অধিক চিন্তা কৰে । এনেকুৱা কৰাটো আপোনাৰ ক্ষতি কৰিব পাৰে । শিক্ষাৰ্থীৰ বাবে বৰ্তমান সময় শুভ নহয় । নিৰাশ নহ'ব, চেষ্টা কৰি থাকক, আপুনি সফল হ’বই ৷

সিংহ ৰাশি: আজি আপুনি সাহসিকতা আৰু আত্মবিশ্বাসেৰে পৰিপূৰ্ণ হৈ থাকিব । আজি আপুনি পিতৃ আৰু বয়োজ্যেষ্ঠসকলৰ দ্বাৰা উপকৃত হ’ব । খঙৰ ওপৰত নিয়ন্ত্ৰণত ৰাখক । নিজৰ স্বাস্থ্যৰ যত্ন লওক ৷

কন্যা ৰাশি: আজি আপুনি এক অসাধাৰণ মানসিকতা লৈ থাকিব । অহংকাৰৰ পৰা দূৰত থাকক । মানসিক অস্থিৰতাই আপোনাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে । গতিকে নিজক ওপৰত নিয়ন্ত্ৰণ ৰাখক ।

তুলা ৰাশি: তুলা ৰাশিৰ জাতক-জাতিকাসকলৰ কাৰণে ভাল সময় অব্যাহত থাকিব । আনন্দ-উল্লাসেৰে আপোনাৰ দিনটো পৰিপূৰ্ণ হৈ থাকিব । বিভিন্ন ক্ষেত্ৰৰ পৰা উপকৃত হ’ব ৷ আৰ্থিক দিশত উন্নতি লাভ কৰিব । বন্ধুসকলৰ সৈতে ভাল সময় কটাব পাৰে ।

বৃশ্চিক ৰাশি: আপুনি ব্যক্তিগত সম্পৰ্কত, সংসাৰত প্ৰেম আৰু সুখ-শান্তি উপভোগ কৰিব । কৰ্মক্ষেত্ৰত পৰিৱেশ সুখদায়ক আৰু অনুকূল হৈ থাকিব । আপোনাৰ সামাজিক মৰ্যাদা আৰু সন্মান বৃদ্ধি পাব । সন্তানৰ সফলতাই আপোনাক আনন্দ দিব ।

ধনু ৰাশি: স্বাস্থ্যৰ যত্ন লওক । অনিদ্ৰা, উদ্বেগ, বিৰক্তিভাৱ দেখা দিলে আওকাণ নকৰিব ৷ ভ্ৰমণৰ দিনো পিছুৱাই দিয়ক । বিবাদৰ পৰা আঁতৰি থাকক । আৰাম কৰক ৷ নিজক অলপ সময় দিবলৈ শিকক ৷

মকৰ ৰাশি: আজি আপোনাৰ অপ্ৰত্যাশিতভাৱে ব্যয় বৃদ্ধি হ’ব । সাৱধানে থাকিব ৷ কৰ্মক্ষেত্ৰত তুলনামূলকভাৱে শান্ত পৰিৱেশ থাকিব ৷ বিবাদৰ পৰা আঁতৰি থাকক । কাৰণ আপুনি যিমান কাজিয়া-বিবাদত লিপ্ত হ’ব, সিমানে আপোনাৰ স্বাস্থ্যৰ অৱনতি ঘটিব ৷

কুম্ভ ৰাশি: আজিৰ দিনটো শুভ । আপুনি আজি প্ৰেম, ভালপোৱা আদি প্ৰকাশৰ বাবে পৰ্যাপ্ত সুযোগ লাভ কৰিব । দিনটোক উপভোগ কৰক ৷ আপুনি ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে । বাহন ক্ৰয়ৰ বাবে সময়টো ভাল ।

মীন ৰাশি: আজি আপোনাৰ দিনটো সৌভাগ্যশালী । আজি আপোনাৰ ইচ্ছাশক্তি আৰু সংকল্পক অধিক শক্তিশালী হৈ উঠিবলৈ দেখা পাব । আজি আপুনি নিজকে সুস্থ অনুভৱ কৰিব । সহকৰ্মীৰ পৰা সহযোগিতা লাভ কৰিব ।

লগতে পঢ়ক: কুম্ভ-মিথুন-সিংহ ৰাশিয়ে লাভ কৰিব চাকৰিৰ সুযোগ...ধনু ৰাশিৰ বিবাহৰ যোগ...কেনে যাব আপোনাৰ এই সপ্তাহটো ? - Weekly Horoscope

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.