অসম

assam

ETV Bharat / videos

জোনাইৰ ৰাষ্ট্ৰীয় ঘাইপথত পবা বৰ্ষাৰণ্যৰ গজৰাজ - পবা বৰ্ষাৰণ্যৰ ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ

By

Published : Mar 9, 2022, 9:08 PM IST

Updated : Feb 3, 2023, 8:19 PM IST

জোনাইৰ একমাত্ৰ বনাঞ্চল পবা বৰ্ষাৰণ্যৰ ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত হঠাৎ ওলাল এটি বনৰীয়া হাতী(Wild elephant on the National Highway of Jonai) ৷ জানিব পৰা মতে, ধেমাজি জিলাৰ জোনাই মহকুমাৰ অন্তৰ্গত ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ অসম-অৰুণাচল সীমান্তৰ ৰুকচিনৰ পৰা পবা বনাঞ্চল হৈ পাছিঘাট যোৱা পথৰ মাজেদি গৈ হাতীটোৱে ৰাজপথত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে(Elephant Blocks National Highway of Jonai) ৷ পবা বনাঞ্চলৰ পৰা হঠাৎ এনেদৰে হাতী ওলাই পৰাত পথ আৰোহীৰ মাজত সৃষ্টি হয় এক হাহাকাৰ পৰিস্থিতিৰ ।
Last Updated : Feb 3, 2023, 8:19 PM IST

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details