অসম

assam

By

Published : Feb 14, 2022, 10:10 PM IST

Updated : Feb 3, 2023, 8:12 PM IST

ETV Bharat / videos

Illegal Cattle Transportation: বাগৰীত উদ্ধাৰ ৪৭ টাকৈ গো-ধন, আটক তিনি সৰবৰাহকাৰী

এক গোপন খবৰৰ ভিত্তিত বাগৰী আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে ২খনকৈ গৰু ভৰ্তি বাহন (Two trucks loaded with illegal cattle heads seized) ৷ AS 01EC 6007 আৰু AS 02E 4391 বাহন দুখনৰ পৰা ৪৭ টাকৈ গো-ধন জব্দ কৰাৰ লগতে আটক কৰে তিনিজন সৰবৰাহকাৰীক (Bagori police arrested illegal suppliers) ৷ বিহৰা বজাৰৰ পৰা অবৈধভাৱে কঢ়িয়াই অনা হৈছিল গো-ধনসমূহ । ধৃত সৰবৰাহকাৰী কেইটা ক্ৰমে – নগাঁৱৰ বৰমাবিলৰ ছাহিদুল্লা, বগামূৰৰ ৱাহিদুল ইছলাম আৰু আনজন বগামূৰৰ গুলজাৰ হুছেইন বুলি জানিব পৰা গৈছে । ৪৭টাকৈ গো-ধন কঢ়িয়াই যোৰহাটৰ পৰা নগাঁও অভিমুখে আহি থকা অৱস্থাত বাগৰি আৰক্ষীয়ে বিশেষ প্ৰতিৰোধী ব‍্যৱস্থাৰে জব্দ কৰে গৰু ভৰ্তি বাহন দুখন ।
Last Updated : Feb 3, 2023, 8:12 PM IST

ABOUT THE AUTHOR

...view details