অসম

assam

ETV Bharat / videos

Tripura Tea Development Corporation: চাহ উৎপাদনৰ ক্ষেত্ৰত বিশেষ উদ্যোগ গ্ৰহণ - ত্ৰিপুৰা চাহ উদ্যোগ

By

Published : Feb 21, 2022, 6:08 PM IST

Updated : Feb 3, 2023, 8:17 PM IST

চাহ উৎপাদনত ব্যয়ৰ পৰিমান হ্ৰাসৰ লগতে উৎপাদন বৃদ্ধি কৰাৰ উদ্দেশ্যে ত্ৰিপুৰা চাহ উন্নয়ন নিগমে (Tripura Tea Development Corporation) চাহ কাৰখানাসমূহত কয়লাৰ পৰিৱৰ্তে সেউজ শক্তি ব্যৱহাৰৰ বাবে উদ্যোগ গ্ৰহণ কৰিছে (converting coal based tea factories into green energy)৷ ত্ৰিপুৰা চাহ উন্নয়ন নিগমৰ মুখ্য উপদেষ্টা গোপাল চক্ৰৱৰ্তীয়ে ইটিভি ভাৰতক জানিবলৈ দিয়ে যে, ২০২২ চনৰ এপ্ৰিলৰ শেষৰ ফালে চাহৰ উৎপাদন বৃদ্ধি আৰু ব্যয় হ্ৰাস কৰাৰ বাবে দুটা কাৰখানা প্ৰাকৃতিক গেছ-আধাৰিত কাৰখানালৈ ৰূপান্তৰিত কৰা হ'ব ৷ ইয়াৰ বাবে ত্ৰিপুৰা নেচাৰেল গেছ কৰ্পোৰেচন লিমিটেডৰ সৈতে ত্ৰিপুৰা চাহ উন্নয়ন নিগমে বুজাবুজি চুক্তিতো স্বাক্ষৰ কৰে ৷
Last Updated : Feb 3, 2023, 8:17 PM IST

ABOUT THE AUTHOR

...view details