অসম

assam

By

Published : May 13, 2020, 1:46 PM IST

ETV Bharat / videos

COVID-19 : বিশ্বৰ সামগ্ৰিক তথ্য !

কৰ'ণা মহামাৰীৰ সন্ত্ৰাসত ত্ৰস্তমান সমগ্ৰ বিশ্ব ৷ এই পৰ্যন্ত সমগ্ৰ বিশ্বত 4,342,355 গৰাকী লোক COVID-19 ত আক্ৰান্ত হোৱাৰ বিপৰীতে, মৃত্যুক আঁকোৱালি লৈছে 292,893 গৰাকীয়ে ৷ আমেৰিকা যুক্তৰাষ্ট্ৰত সৰ্বাধিক 1,408,636 গৰাকী লোক আক্ৰান্ত হৈছে আৰু 83,425 গৰাকী লোকে মৃত্যুক আঁকোৱালি লৈছে ৷ স্পেইনতো একেদৰে 2669,520 গৰাকী লোক আক্ৰান্ত হৈছে কৰ'ণা মহামাৰীত ৷ দেশখনত মৃতকৰ সংখ্যা 26,920 গৰাকীলৈ বৃদ্ধি পাইছে ৷ বিশ্বৰ দেশ সমূহৰ COVID-19ৰ খবৰ জানিবলৈ চাওক এই প্ৰতিবেদন...

ABOUT THE AUTHOR

...view details