অসম

assam

ETV Bharat / videos

পৰ্যটকৰ বাহনলৈ চোঁচা গজৰাজৰ - বনৰীয়া হাতীয়ে আক্ৰমণ কৰিবলৈ উদ্যত হয় পৰ্যটকক

By

Published : Sep 9, 2022, 3:54 PM IST

কৰ্ণাটকত পৰ্যটকৰ বাহনলৈ চোঁচা বন্য হস্তীৰ ৷ এটা বনৰীয়া হাতীয়ে আক্ৰমণ কৰিবলৈ উদ্যত হয় পৰ্যটকক (Wild elephant tries to attack on tourists) ৷ বৃহস্পতিবাৰে বিয়লিৰ ভাগত কৰ্ণাটকৰ কাবিনি বেকৱাটাৰছত সংঘটিত হয় এই অঘটনটো ৷ তথ্য অনুসৰি, কাবিনি বেকৱাটাৰছত এটা বন্য হস্তীয়ে পৰ্যটকৰ এখন চাফাৰী জীপৰ ওপৰত আক্ৰমণ কৰিবলৈ উদ্যত হৈছিল (Elephant ran over a safari jeep in Kabini backwaters) ৷ কিন্তু সেই সময়তে চাফাৰী জীপখনৰ চালকগৰাকীৰ বুদ্ধিমত্তাৰ ফলত বহু কেইগৰাকী পৰ্যটক বিপদৰ পৰা ৰক্ষা পৰে ৷ সম্প্ৰতি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এই ভিডিঅ’ ৷

ABOUT THE AUTHOR

...view details