পৰীক্ষা বাতিলক লৈ কি ক'লে মাজুলীৰ শিক্ষাৰ্থীয়ে ? - What did majuli students say to the cancellation of HS and HSLC exams?
হায়াৰ ছেকেণ্ডাৰী (HS) আৰু মেট্ৰিক (HSLC) পৰীক্ষা বাতিলৰ ঘোষণা কৰাৰ লগে লগে অন্ত পৰিল দীৰ্ঘদিনে পৰীক্ষাক লৈ সৃষ্টি হৈ থকা কৌতুহলৰ ৷ পৰীক্ষা বাতিল কৰাৰ লগে লগে বিভিন্ন জনে বিভিন্ন মত প্ৰকাশ কৰিছে ৷ একাংশ অভিভাৱক তথা শিক্ষাৰ্থীৰ মতে, পৰীক্ষা অনুষ্ঠিত কৰিব লাগিছিল আন একাংশৰ মতে, পৰীক্ষা অনুষ্ঠিত নোহোৱাই ভাল হৈছে ৷ তাৰ মাজতে চৰকাৰে গ্ৰহণ কৰা পৰীক্ষা নীতিকলৈও একাংশ শিক্ষাৰ্থী দোমোজাত পৰিছে ৷ শিক্ষাৰ্থী সকলৰ প্ৰশ্ন, মূল্যাংকনৰ জৰিয়তে তেওঁলোকে ভবা ধৰণে ফলাফল লাভ কৰিব নে ? তেওঁলোকে ভবা মতে এখন ভাল কলেজত নাম ভৰ্তি কৰিব পাৰিবনে ? কি হ'ব অসমৰ লাখ লাখ পৰীক্ষাৰ্থীৰ ভৱিষ্যত ? এই সন্দৰ্ভত কি ক'লে মাজুলীৰ পৰীক্ষাৰ্থীসকলে ?
Last Updated : Jun 21, 2021, 9:43 AM IST