অসম

assam

By

Published : Mar 15, 2021, 2:28 PM IST

ETV Bharat / videos

পানী দিয়ক আৰু ভোট লওক...

কাছাৰ জিলাৰ ধলাই সমষ্টিৰ দর্মিখাল অঞ্চলৰ ৰাইজ ভুগিছে তীব্র বিশুদ্ধ খোৱা পানীৰ সংকটত ৷ এটুপি বিশুদ্ধ খোৱা পানীৰ সংকটৰ ভোগা অঞ্চলটোৰ ৰাইজে ভোট বয়কটৰ ভাবুকি প্ৰদান কৰিছে । সাধাৰণ ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰি অঞ্চলবোৰত ৰাজনৈতিক নেতাৰ প্ৰৱেশ নিষিদ্ধ কৰিছে ৷ মহিলাসকলে প্ৰতিবাদৰ জৰিয়তে আমাৰ পানী দিয়ক আমি ভোট দিয়ক বুলি চৰকাৰক দাবী জনায় ৷

ABOUT THE AUTHOR

...view details