লখিমপুৰত উছাহ ভৰা পৰিৱেশত ভোটাৰৰ ভোট দান - ৭ লাখ ৬৭ হেজাৰ ১৪৪
লখিমপুৰত পুৱাৰে পৰা উছাহ ভৰা পৰিৱেশত ভোটদান কৰিবলৈ ওলাই আহে ভোটাৰসকল । জিলাখনৰ চাৰিটা বিধানসভা সমষ্টিৰ ৭ লাখ ৬৭ হেজাৰ ১৪৪ জন ভোটাৰে নিৰ্ণয় কৰিব ৩২ জন প্ৰাৰ্থীৰ ভাগ্য। জিলাখনৰ ১২০৯ টা কেন্দ্ৰত চলিছে ভোট গ্ৰহণ ।