অসম

assam

ETV Bharat / videos

ভাইৰেল ভিডিঅ’: মুষলধাৰ বৰষুণৰ পিছত ৰাজপথত মাছৰ উজান

By

Published : Jun 14, 2022, 6:57 PM IST

এজাক বৰষুণত পুনৰ বুৰ গ’ল গুৱাহাটী মহানগৰ ৷ স্তব্ধ হৈ পৰিল জনজীৱন ৷ ইয়াৰ মাজতে সম্প্ৰতি চ'চিয়েল মেডিয়াত ভাইৰেল হৈ পৰিছে এটা বিশেষ ভিডিঅ’ (Viral video on social media)৷ মুষলধাৰ বৰষুণৰ পিছতে এইবাৰ ৰাজপথত দেখিবলৈ পোৱা গৈছে মাছৰ উজানৰ দৃশ্য (Fish swim down flooded city street) । চ'চিয়েল মেডিয়াত ভাইৰেল এই ভিডিঅ’ উপভোগ কৰি বহুজনে এই দৃশ্য গুৱাহাটীৰ বুলি দাবী কৰিছে । ইয়াৰ বিপৰীতে আন একাংশই আকৌ এই দৃশ্য গুৱাহাটীৰ নহয় বুলি দাবী কৰিছে ৷ সম্প্ৰতি মাছৰ এই বিশেষ ভিডিঅ’টোৱে আমোদ দিছে সকলোকে ৷

ABOUT THE AUTHOR

...view details