অসম

assam

উত্তৰাখণ্ডৰ প্ৰাকৃতিক দুৰ্যোগৰ এক শিহৰণকাৰী দৃশ্য

By

Published : Feb 10, 2021, 10:43 AM IST

উত্তৰাখণ্ডৰ চামোলিত সংঘটিত হোৱা হিমবাহ বিস্ফোৰণে লৈছে ভয়ংকৰ ৰূপ ৷ মংগলবাৰে ইটিভি ইণ্ডিয়াৰ দ্ধাৰা প্ৰকাশিত হয় এটা ভিডিঅ' ৷ য'ত যোশীমঠৰ ওচৰৰ তপোবনৰ এনটিপিচি বান্ধত কাম কৰা শ্ৰমিক সকল বানত উটি যোৱাৰ এক ভিডিঅ' ভাইৰেল হৈছে ৷ গাৰ নোম শিহৰি উঠা ভিডিঅ'টো ইতিমধ্যে ভাইৰেল হৈ পৰিছে ছ'চিয়েল মিডিয়াত ৷ বান্ধত কাম কৰি থকাৰ সময়তে উটি যায় শ্ৰমিক সকল ৷

ABOUT THE AUTHOR

...view details