অসম

assam

ETV Bharat / videos

ধুবুৰীত অচিনাক্ত মৃতদেহ উদ্ধাৰ - ধুবুৰীত অচিনাক্ত মৃতদেহ উদ্ধাৰ

By

Published : Jul 3, 2022, 9:35 AM IST

এটা অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্য বিৰাজ কৰে ধুবুৰীত(Unidentified dead body recovered in Dhubri) । ধুবুৰীৰ গদাধৰ নৈৰ সুঁতিত উদ্ধাৰ হৈছে অচিনাক্ত পুৰুষৰ মৃতদেহটো । বাঢ়নী পানীত উটি আহে মৃতদেহটো । মৃতদেহ উদ্ধাৰৰ খবৰ পোৱা মাত্ৰকে উদ্ধাৰস্থলীত উপস্থিত হয় ধুবুৰী আৰক্ষী আৰু চমজি লয় যোৱা মৃতদেহটো । সম্পূৰ্ণ উলংগ অৱস্থাত উদ্ধাৰ হৈছে মৃতদেহটো । বৰ্তমানলৈ চিনাক্ত হোৱা নাই যদিও আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে ।

ABOUT THE AUTHOR

...view details