অসম

assam

By

Published : Apr 30, 2022, 8:20 PM IST

ETV Bharat / videos

বিদ্যুৎস্পৃষ্ট হৈ দুই চিম্পাঞ্জীৰ মৃত্যু

কাঁটাতাঁৰৰ বেৰৰ উচ্চ ক্ষমতা সম্পূৰ্ণ বিদ্যুৎ পৰিবাহী লাইনৰ সংস্পৰ্শলৈ আহি মৃত্যু দুটাকৈ চিম্পাঞ্জীৰ (Two chimpanzees killed in Karimganj) । কৰিমগঞ্জৰ ভাৰত বাংলাদেশ সীমান্তৰ মোকামটিলা BOPৰ সমীপত সংঘটিত এই । ঘটনা অনুসৰি শনিবাৰে দুপৰীয়াৰ ভাগত মোকামটিলা BOPৰ কৰ্তব্যৰত দুই BSF জোৱানে তিনিটাকৈ চিম্পাঞ্জী পৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰে । ইয়াৰে এটা মৃত আৰু বাকী দুটা আঘাটপ্ৰাপ্ত অৱস্থাত উদ্ধাৰ কৰে । লগে লগে ঘটনা সন্দৰ্ভত 134 বেটেলিয়নৰ কমাণ্ডাৰক অৱগত কৰাত পাথাৰকান্দি পশু চিকিৎসালয়লৈ গৰিলা তিনিটাক প্ৰেৰণ কৰে । ইপিনে চিকিৎসকৰ সকলো চেষ্টা ব্যৰ্থ কৰি দুটা কৈ গৰিলাৰ মৃত্যু হয় । আহত চিম্পাঞ্জীৰ চিকিৎসা কৰি পুনৰা জংঘলত মোকলাই দিয়াৰ লগতে মৃত্যু হোৱা দুটা গৰিলাৰ অন্তিম সংস্কাৰ কৰে বন বিভাগে ।

ABOUT THE AUTHOR

...view details