অসম

assam

ETV Bharat / videos

মাজুলীৰ ৰাৱণাপাৰত তেজস্বিতাক শেষ শ্ৰদ্ধা জ্ঞাপন - তেজস্বিতাক শেষ শ্ৰদ্ধা জ্ঞাপন

By

Published : Oct 7, 2022, 9:18 AM IST

বৃহস্পতিবাৰে মাজুলীৰ ৰাৱণাপাৰৰ ৰাৱণাপুখুৰীৰ পাৰত শেষ শ্ৰদ্ধা জনোৱা হয় তেজস্বিতা বৰুৱাক ৷ ৰাৱণাপুখুৰীৰ পাৰত আয়োজিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকে ৰুমাল লাইভৰ কৰ্মকৰ্তাসকলৰ লগতে স্থানীয় ৰাইজ (Pays tribute to Tejaswita Baruah) ৷ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পৰাই ৰুমাল লাইভৰ কৰ্মকৰ্তাসকলৰ দাবী, শীঘ্ৰেই উন্নত কৰক মাজুলীৰ পয়ালগা স্বাস্থ্যখণ্ডটো ৷

ABOUT THE AUTHOR

...view details