অসম

assam

ETV Bharat / videos

ৰঙালীৰ অন্যতম পৰম্পৰাগত খাদ্য আমৰলি পৰুৱাৰ টোপ বিচৰাত ব্যস্ত ধেমাজিৰ গঞা - Bohag Bihu in Assam

By

Published : Apr 14, 2022, 7:40 PM IST

আজি গৰু বিহু (Goru bihu celebrations) ৷ সমগ্ৰ অঞ্চলৰ লগতে ধেমাজিতো উদযাপন কৰা হৈছে গৰু বিহু (Assamese Festival) ৷ এই গৰু বিহুৰ লগত সংগতি ৰাখি অসমৰ বিভিন্ন অঞ্চলত আমৰলি পৰুৱা টোপ সংগ্ৰহ কৰে অসমীয়াই (Traditional food Red Ant) ৷ জনবিশ্বাস অনুসৰি গৰু বিহু দিনা আমৰলি পৰুৱা টোপ খালে বছৰটোলৈ মানুহ নিৰোগী হৈ থাকে ৷ এয়া ধেমাজিৰ ভৰালীচুক, তুলসীবাৰী আদি বিভিন্ন গাঁৱত দেখা গৈছে আমৰলি পৰুৱা টোপ সংগ্ৰহৰ দৃশ্য ৷

ABOUT THE AUTHOR

...view details