অসম

assam

ETV Bharat / videos

শিৱসাগৰৰ ঐতিহাসিক কীৰ্ত্তিচিহ্নসমূহলৈ ভাবুকি - শিৱসাগৰ

By

Published : Jul 24, 2019, 11:46 PM IST

আহোম ৰাজত্ব কালত সোণালী ইতিহাস বহন কৰা শিৱসাগৰৰ ঐতিহাসিক কীৰ্ত্তিচিহ্নসমূহলৈ ভাবুকি ৷ তলাতল ঘৰ, ৰংঘৰত বৃহৎ বৃহৎ ফাঁট ৷ সঘন ভূমিকম্পৰ জোঁকাৰণিয়ে বিপদ মাতিছে কীৰ্ত্তিচিহ্নসমূহলৈ ৷ চাওক এক প্ৰতিবেদনঃ

ABOUT THE AUTHOR

...view details