অসম

assam

ETV Bharat / videos

আৰক্ষী পহৰা চকীৰপৰা হেণ্ডকাফসহ পলায়ন ছাগলী চোৰ - Thieves escape from Jambari police station

By

Published : Oct 9, 2022, 10:41 PM IST

বকোৰ জামবাৰী আৰক্ষী পহৰা চকীত অঘটন । হেণ্ডকাফসহ পলায়ন ছাগলী চোৰ(Thieves escape from Jambari police station) । পলাতক চোৰটো আলিম আলী বুলি জানিব পৰা গৈছে । শনিবাৰে আটক কৰা হৈছিল ছাগলী চোৰ আলিম আলীক । আলিম আলীৰ ঘৰ জামবাৰীৰ সমীপৰ আন্ধেৰেটাৰীত । আৰক্ষীৰ লোক শুই থকাৰ সুযোগ বুজি চোৰটোৰ পলায়ন কৰে বুলি জানিবলৈ দিয়ে স্থানীয় ৰাইজে(Thieves escape taking advantage of police sleeping) । পলাতক চোৰটোক বিচাৰি আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে ।

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details