অসম

assam

By

Published : May 2, 2021, 5:32 PM IST

ETV Bharat / videos

বিজয় নিশ্চিত হোৱাৰ পাচতে প্ৰতিক্ৰিয়া বিনোদ হাজৰিকাৰ

লাহোৱালত বিজয় নিশ্চিত হোৱাৰ পাচতে প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ লাহোৱাল সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকাৰ । এইবাৰ নিৰ্বাচনত জয়ী হৈ পূৰ্বৰ বিধায়ক ঋতুপৰ্ণ বৰুৱাই সমষ্টিত আধৰুৱা কৰি থৈ যোৱা কাম, গৰাখহনীয়া নিৰ্মূল, আগন্তুক পাঁচ বছৰত সমষ্টিৰ প্ৰতিটো মথাউৰি নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে বিধায়ক বিনোদ হাজৰিকাই ।

ABOUT THE AUTHOR

...view details