অসম

assam

By

Published : Jun 27, 2022, 10:58 PM IST

ETV Bharat / videos

বিজ্ঞান শাখাত দশম স্থান লাভ কৰি বৰপেটাত উজলিল সুপ্ৰজিৎ সাহা

সোমবাৰে ঘোষণা কৰা হয় উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ কলা, বিজ্ঞান আৰু বাণিজ্য শাখাৰ ফলাফল (Assam Higher Secondary result 2022) । ইফালে, বিজ্ঞান শাখাৰ দশম স্থান দখল কৰি বৰপেটা জিলালৈ গৌৰৱ কঢ়িয়াই আনিলে মেধাবী ছাত্ৰ সুপ্ৰজিৎ সাহাই ৷ বৰপেটাৰোডৰ জে চি মেক্সিৱেলত অধ্যয়নৰত আছিল মেধাবী ছাত্ৰগৰাকী(Suprajit Saha got 10th position in Science stream) ৷ ফলাফল লাভ কৰাৰ পিচতেই ছাত্ৰগৰাকীয়ে অধ্যয়ন কৰা জে চি মেক্সিৱেলত শিক্ষক-শিক্ষয়ত্ৰীসকলে আদৰণি জনায় ৷ বৰ্তমান ছাত্ৰগৰাকীৰ এই সফলতাত উৎফুল্লিত হৈ পৰে ছাত্ৰগৰাকীৰ পিতৃ-মাতৃৰ লগতে বিদ্যালয়ৰ শিক্ষক-শিক্ষয়ত্ৰী তথা অধ্যাপক ৷

ABOUT THE AUTHOR

...view details