Gulkand Milkshake : ঘৰতে কেনেকৈ প্ৰস্তুত কৰা হয় লোভনীয় গোলকণ্ড ছেক
গোলকণ্ড ছেক হৈছে গোলাপৰ পাহিৰ এক মিঠাযুক্ত পানীয় । ইয়াক চেনী আৰু মৌৰ সৈতে মিহলি কৰি গোলাপৰ পাহিৰে প্ৰস্তুত কৰা হয় । গোলাপ কেৱল ধুনীয়া নহয়, শৰীৰ বাবেও অতি প্ৰয়োজনীয় ৷ গ্ৰীষ্মকালত শৰীৰক শীতলতা প্ৰদান কৰে গোলাপে (Summer drinks) । গোলকণ্ডৰ সোৱাদ অতি লোভনীয় (Benefits of gulkand)৷ তাতেই আকৌ গাখাীৰ যোগ দিলে ইয়াৰ সোৱাদ দুগুণে চৰে ৷ সোৱাদৰ উপৰিও এই পানীয়টোৱে এচিডিটি নিয়ন্ত্ৰণত সহায় কৰে ৷ লগতে ই শৰীৰৰ উষ্ণতা নিয়ন্ত্ৰণ কৰাত সহায়ক হয় ৷