অসম

assam

By

Published : Jul 21, 2022, 7:56 AM IST

ETV Bharat / videos

Protest on streets in Teok: টীয়কত জোৰ সমদল শতাধিক মহিলাৰ

টীয়ক সমষ্টিৰ অন্তৰ্গত জাঁজীমুখৰ ৰাজপথত উত্তাল প্ৰতিবাদ (Protest on streets of Teok) ৷ জাঁজীমুখৰ তপতপি অঞ্চলৰ ৰাইজক দীৰ্ঘদিন ধৰি চৰকাৰী সা-সুবিধাৰ পৰা বঞ্চিত কৰাৰ অভিযোগত বুধবাৰে সন্ধিয়া ৰাজপথত জোৰ সমদল কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে (Protest on streets for depriving people of Taptapi area of Jajimukh from government facilities)। প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে শতাধিক মহিলাই ৷ পঞ্চায়তৰ দুৰ্নীতি বন্ধ কৰক, অৰুনোদয় আঁচনি প্ৰদান কৰক, গ্ৰাম্য পথ মেৰামতি কৰক, জলজীৱন আঁচনিৰ পৰা বঞ্চিত নকৰিব আদি শ্লগান দি মহিলাসকলে উত্তাল কৰি তোলে ৰাজপথ ।

ABOUT THE AUTHOR

...view details