অসম

assam

কেনেকৈ আগবাঢ়িব নৱ গঠিত মটক স্বায়ত্ত শাসিত পৰিষদ ?

By

Published : Jun 10, 2021, 8:32 PM IST

৩১বছৰৰ আন্দোলন, সংগ্ৰাম আৰু দাবীৰ অৱশেষত গঠন হোৱা মটক স্বায়ত্ব শাসিত পৰিষদ এতিয়া কাৰ্যকৰী হৈ উঠিছে । কি হ'ব পৰিকল্পনা,কেনেকৈ আগবাঢ়িব নৱ গঠিত মটক স্বায়ত্ত শাসিত পৰিষদ ? জনগোষ্ঠীটোৰ সৰ্বাংগীন উন্নয়নৰ বাবে কি পৰিকল্পনা গ্ৰহণ কৰিছে নৱ গঠিত পৰিষদখনে ? এই সকলো দিশ সামৰি নৱ নিৰ্বাচিত মুখ্য কাৰ্যবাহী পাৰিষদ ডেভিদ চেতিয়াৰ সৈতে ইটিভি ভাৰতৰ এক exclusive সাক্ষাৎকাৰ.....

ABOUT THE AUTHOR

...view details