অসম

assam

By

Published : May 27, 2021, 7:38 PM IST

ETV Bharat / videos

চৰকাৰলৈ কি আহ্বান জনালে কণ্ঠশিল্পী কুসুম কৈলাশে ?

ক’ভিডৰ ভয়াৱহ পৰিস্থিতিয়ে সকলোকে জুৰুলা কৰাৰ সময়তে শিল্পীসকলৰ বাবে বিশেষ আঁচনি প্ৰস্তুত কৰিবলৈ চৰকাৰক আহ্বান জনাইছে কণ্ঠশিল্পী কুসুম কৈলাশে ৷ কিয়নো অসমীয়া শিল্পী তথা কলা-কুশলীসকল বিশেষকৈ আৰ্থিকভাৱে জুৰুলা হোৱা পৰিলক্ষিত হৈছে । ক’ভিডৰ বাবে প্ৰায় দুবছৰে শিল্পীসকলে কোনো ধৰণৰ সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰিব নোৱাৰাৰ ফলতে তেওঁলোক আৰ্থিক সমস্যাত ভোগা পৰিলক্ষিত হৈছে ৷ সেয়ে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গঠন হোৱা নতুন চৰকাৰক বিশেষ আঁচনি প্ৰস্তুত কৰিবলৈ আহ্বান জনোৱাৰ লগতে সকলো ৰাইজক চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া ক’ভিডৰ নীতি-নিয়ম মানি চলিবলৈ শিল্পীগৰাকীয়ে আহ্বান জনাইছে ৷

ABOUT THE AUTHOR

...view details