নগাঁৱৰ বঢ়মপুৰত গীতেৰে বিহু মঞ্চ কঁপালে দ্বীপলিনা ডেকাই - Singer Deeplina Deka
চৌদিশে এতিয়া কেৱল ৰঙালীৰ আনন্দ (Rongali Bihu 2022) ৷ বাপতি সাহোন ৰঙালী বিহু উপলক্ষে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এক উখল-মাখল পৰিবেশে বিৰাজ কৰিছে ৷ দেওবাৰে নগাঁৱৰ বঢ়মপুৰত আয়োজন কৰা এক বিহু অনুষ্ঠানত (Rongali bihu celebration at Barhampur )গীত পৰিৱেশন কৰিবলৈ আমন্ত্ৰণ কৰা হয় কণ্ঠশিল্পী দ্বীপলিনা ডেকাক (Deeplina Deka bihu program) ৷ চাওঁ আহক কণ্ঠশিল্পী দ্বীপলিনা ডেকাৰ সংগীতানুষ্ঠানৰ (Deeplina Deka bihu programme) কিছু দৃশ্য ৷