অসম

assam

ETV Bharat / videos

কেন্দ্ৰীয় চৰকাৰৰ সকলো সুবিধা গ্ৰহণ কৰকঃ ৰাজদ্বীপ ৰায় - শিলচৰৰ সাংসদ ৰাজদ্বীপ ৰায়ে

By

Published : May 14, 2020, 8:30 PM IST

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ সংবাদ মেলৰ পিছতেই প্ৰতিক্ৰীয়া ব্যক্ত কৰিছে শিলচৰৰ সাংসদ ৰাজদ্বীপ ৰায়ে ৷ সকলো লোককে কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰা সাহাৰ্য লব'লৈ আহ্বান জনাইছে সাংসদ গৰাকীয়ে ৷ যদিহে কোনো লোকে সেই সুবিধা লব'লৈ অসুবিধাৰ সন্মুখীন হয় তেন্তে দলৰ ফালৰ পৰা সহায় কৰিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে সাংসদগৰাকীয়ে ৷

ABOUT THE AUTHOR

...view details